সমললৈ যাওক

ভাৰতীয় দন্ত পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় দন্ত পৰিষদ
Dental Council of India
সংক্ষিপ্ত ডি.চি.আই (DCI)
গঠন ১৯৪৮ চন
প্ৰকাৰ চৰকাৰী
উদ্দেশ্য দন্ত চিকিৎসা বিজ্ঞানৰ শিক্ষা, মহাবিদ্যালয়, দন্ত বিশ্ববিদ্যালয় তথা দন্ত চিকিৎসা সেৱাৰ শাসনকৰ্তা
Headquarters নতুন দিল্লী
Location
  • এইৱান-ই-গালিব মাৰ্গ ক'টলা ৰোড, টেম্পল লেন নতুন দিল্লী-১১০০০২
Official language
ইংৰাজী আৰু হিন্দী
সভাপতি
ডাঃ দিবেন্দু মজুমদাৰ
Main organ
পৰিষদ
Affiliations স্বাস্থ্য আৰু পৰিয়াল উন্নয়ন মন্ত্ৰালয়
ৱেবছাইট http://www.dciindia.org.in/

ভাৰতীয় দন্ত পৰিষদ (ইংৰাজীত: Dental Council of India) চমুকৈ DCI ভাৰতীয় সদনৰ এক্ট ১৯৪৮ (XVI অৱ ১৯৪৮) দ্বাৰা স্থাপন কৰা হয়।‌ DCI ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল উন্নয়ন মন্ত্ৰালয়ৰদ্বাৰা স্বীকিৃতিপ্ৰাপ্ত।

উদ্দেশ্য

[সম্পাদনা কৰক]
  • দেশজুৰি দন্ত চিকিৎসাবিজ্ঞানৰ সম শিক্ষা প্ৰদান কৰা।‌
  • দন্ত চিকিৎসক, ডেণ্টেল হাইজেনিষ্ট, ডেণ্টেল মেকানিকচ সকলৰ বাবে শিক্ষাৰ কাৰ্য্যসূচী তৈয়াৰ কৰা।‌
  • পৰীক্ষা আৰু যোগ্যতাৰ মানদণ্ড বজাই ৰখা।‌

ভৱিষ্যত

[সম্পাদনা কৰক]