ভৈৰৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভৈৰৱ
Karnataka, periodo hoyasala, bhairava, xii secolo 01.jpg
দ্বাদশ শতিকাৰ ভৈৰৱৰ প্ৰতিমূৰ্ত্তি
সম্পৰ্ক শিৱ
মন্ত্ৰ ওঁম কালভৈৰৱায় নমঃ॥ (ॐ कालभैरवाय नमः॥)
অস্ত্ৰ শত্ৰিশূল, খটভংগ, তৰোৱাল, কপালা, মুদ্ৰা, কবলম, বজ্ৰ, পাশ, পিনাক ধনু, পাশুপাত অস্ত্ৰ, ডম্বৰু
সংখ্যা ৩৩
সঙ্গী ভৈৰৱী
আসন/বাহন কুকুৰ
উৎসৱ ভৈৰৱ অষ্টমী

ভৈৰৱ (ইংৰাজী: भैरव) বা কাল ভৈৰৱ হিন্দুসকলৰ পূজনীয় শৈৱ পন্থাৰ এক দেৱতা। শৈৱ পন্থাত তেওঁ বিনাশৰ সৈতে জড়িত শিৱৰ এক শক্তিশালী প্ৰকাশ বা অৱতাৰ।[1][2][3][4] ত্ৰিকা ব্যৱস্থাত ভৈৰৱে পৰমব্ৰহ্মৰ সমাৰ্থক পৰম বাস্তৱক প্ৰতিনিধিত্ব কৰে।[5][6] সাধাৰণতে হিন্দু ধৰ্মত ভৈৰৱক দণ্ডপানি ("[যিজনে] হাতত [তেওঁৰ] হাতত] দণ্ড ধৰি ৰাখে") বুলিও কোৱা হয়, কিয়নো তেওঁ পাপীক শাস্তি দিবলৈ লাঠী বা দণ্ড ধাৰণ কৰে। তেওঁ স্বশ্ব অৰ্থাৎ "যাৰ বাহন কুকুৰ।" [7]] বজ্ৰযান বৌদ্ধ ধৰ্মত তেওঁক বোধিসত্ত্ব মঞ্জুশ্ৰীৰ এক উগ্ৰ ৰূপ বুলি গণ্য কৰা হয়। তেওঁক হেৰুকা, বজ্ৰভৈৰৱ আৰু যমান্তক বুলিও কোৱা হয়।[8][9]


সমগ্ৰ ভাৰত, নেপাল আৰু শ্ৰীলংকাৰ লগতে তিব্বতী বৌদ্ধ ধৰ্মতো তেওঁক পূজা কৰা হয়।[10][11]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Apte, p. 727, left column
  2. For Bhairava form as associated with terror see: Kramrisch, p. 471.
  3. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 76. https://archive.org/details/indiathroughages00mada. 
  4. "Bhairava: The Wrathful". http://www.philhine.org.uk/writings/tt_wrathful.html। আহৰণ কৰা হৈছে: 13 May 2015. 
  5. Jaideva Singh Vijnanabhairava or Divine Consciousness
  6. Christopher Wallis Tantra Illuminated
  7. Sehgal, Sunil (1999). Encyclopaedia of Hinduism: C-G, Volume 2. Sarup & Sons. পৃষ্ঠা. 491–492. ISBN 9788176250641. 
  8. John Whalen-Bridge; Gary Storhoff (2009). Emergence of Buddhist American Literature, The. State University of New York Press. p. 170. আই.এচ.বি.এন. 978-1-4384-2659-4.
  9. Davidson, Ronald M. Indian Esoteric Buddhism: A Social History of the Tantric Movement, p. 211.
  10. সাঁচ:Cite q (subscription or UK public library membership required)
  11. সাঁচ:Cite q (subscription or UK public library membership required)