ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়
অৱয়ব
(ভৱানীপূৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰা পুনঃনিৰ্দেশিত)
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় Bhawabipur Anchalik College | |
---|---|
স্থাপিত | ১৯৮২ |
ধৰণ | স্নাতক, স্নাতককোত্ত |
ধৰ্মীয় ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
সভাপতি | শ্ৰীধনিৰাম তালুকদাৰ |
অধ্যক্ষ | শ্ৰীমানস কুমাৰ চক্ৰৱৰ্তী I/C |
ৱেবছাইট | bacollege |
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় (ইংৰাজী: Bhawanipur Anchalik College) বজালী জিলাৰ আগশাৰীৰ উচ্চশিক্ষা অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম। মহাবিদ্যালয়খন ১৯৮২ চনত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1][2]
পাঠ্যক্ৰম
[সম্পাদনা কৰক]ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্নাতক পৰ্যায়ত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়। এই মহাবিদ্যালয়খনে স্নাতককোত্তৰ(দূৰ শিক্ষাৰ মাধ্যমেৰে) পাঠ্যক্ৰম বিভিন্ন বিষয়ত ওপৰত প্ৰদান কৰে।
|
|
|
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 9 July 2017.
- ↑ "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 9 July 2017.
- ↑ "BACollege". Gucdoe.in. http://www.gucdoe.in/। আহৰণ কৰা হৈছে: 18 September 2024.
- ↑ "BACollege/kkhsou". Kkhsou.ac.in. Archived from the original on 13 September 2024. https://web.archive.org/web/20240913073501/https://kkhsou.ac.in/web/। আহৰণ কৰা হৈছে: 18 September 2024.