সমললৈ যাওক

মালতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মধু মালতীৰ পৰা পুনঃনিৰ্দেশিত)
Stub icon এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।
মালতী
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Myrtales
পৰিয়াল: Combretaceae
গণ: Combretum
প্ৰজাতি: C. indicum
বৈজ্ঞানিক নাম
Combretum indicum
(L.) DeFilipps
সমাৰ্থক

Quisqualis indica L.

মাধৈমালতী বা মাধৱী লতা (বৈজ্ঞানিক নাম: Combretum indicum) এবিধ লতাজাতীয় গছ। ই Combretaceae। পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি। লতা অতি খীণ, বহু বছৰ হলে শকত হয়। পাতৰ সাজোন বিপৰীত-মুখী। পাত আয়তকাৰ, ডিম্বাকৃতি আৰু আগ সৰু; কাষত পাতল ঢউ খেলোৱা।

ইয়াৰ অন্য নামবোৰ হৈছে Quiscual (স্পেনিছ), Niyog-niyogan (ফিলিপিনো), মধুমালতি বা মধু মালতি (হিন্দী), ମଧୁ ମାଳତି মধুমালতি (উড়িয়া), মাধবীলতা (বাংলা), মধুমালোতি (মেইটেই), Akar Dani আকাৰ ডানি (মালয) , ৰংগন মালি இரங்கூன் மல்லி (তামিল) আৰু ৰাধা মনোহৰম (তেলেগু)।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]