মনোবিজ্ঞানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনোবিজ্ঞানী
জীৱিকা
নাম মনোবিজ্ঞানী
Psychologist
বিৱৰণ
যোগ্যতা Psychotherapy, মনোবৈজ্ঞানিক মূল্যায়ন আৰু পৰীক্ষণ, বিশিষ্টতাৰ ওপৰত নিৰ্ভৰশীল
প্ৰয়োজনীয় শিক্ষা
স্থান আৰু বিশেষত্বক লৈ সলনি হয়, মনোবিজ্ঞানত অনাৰ্ছসহ স্নাতক, মনোবিজ্ঞানৰ স্নাতকোত্তৰ, (PsyD অথবা PhD)
নিযুক্তিৰ ক্ষেত্ৰ
clinical neuropsychology, clinical, Medical, community, counselling, educational and developmental, forensic, health, organisational or sport and exercise
সম্পৰ্কিত চাকৰি

মনোবিজ্ঞানী (ইংৰাজী: Psychologist) হৈছে এনে এগৰাকী ব্যক্তি যি অস্বাভাৱিক মানসিক স্থিতি, বোধগত, ধাৰণাগত, আৱেগজনিত আৰু সামাজিক ক্ৰিয়া আৰু আচৰণৰ বিষয়ে অধ্যয়ন অথবা চৰ্চা কৰে। এই বৃত্তিৰ লগত জড়িত ব্যক্তিসকলে পৰীক্ষা-নিৰীক্ষা, পৰ্যবেক্ষণ, আৰু ৰেকৰ্ডিঙৰ দ্বাৰা ব্যক্তিবিশেষৰ পাৰস্পৰিক আন্তঃসম্পৰ্ক আৰু পৰিৱেশৰ ওপৰত সৃষ্টি হোৱা প্ৰভাৱৰ মূল্যাংকন কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. U.S. Department of Labor, Bureau of Labor Statistics, Occupational Outlook Handbook: Psychologists