সমললৈ যাওক

মলয়া খাউণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মলয়া খাউণ্ড (ইংৰাজী: Malaya Khaund) এগৰাকী অসমীয়া লিখক।

জীৱনী[সম্পাদনা কৰক]

অসমৰ যোৰহাট জিলাত তেখেতৰ জন্ম হৈছিল।

পুৰষ্কাৰ[সম্পাদনা কৰক]

  • সাহিত্য একাডেমী অনুবাদ বটা, ২০০৭

প্ৰকাশিত কিতাপৰ তালিকা[সম্পাদনা কৰক]

মলয়া খাউণ্ড ৰচিত কিতাপৰ আংশিক তালিকা:

  • ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু তেওঁৰ উপন্যাসসমূহ, সাহিত্য প্ৰকাশ, গুৱাহাটী, ১৯৮৯
  • অসমীয়া অভিজ্ঞা মহিলাৰ আত্মজীৱনী সংকলন: এৰি অহা দিনবোৰ, লয়াৰ্চ বুক স্টল, গুৱাহাটী, ১৯৯৩
  • অনুদিত: পৰিবৰ্ত্তনৰ অধিকাৰ, , নেচনেল বুক ট্ৰাস্ট, নতুন দিল্লী, ১৯৯৩
  • অনুদিত:গুজৰাটী গল্প সংগ্ৰহ, নেচনেল বুক ট্ৰাস্ট, নতুন দিল্লী, ১৯৯৩
  • Indira GoswamiL A Critical Study of Her Writing, B.K. Publishing House, Delhia, 1994.
  • ত্ৰৈলোক্য পূজিতা দেৱী, অসম বুক স্টল, গুৱাহাটী, ১৯৯৫
  • অসমীয়া অভিজ্ঞা মহিলাৰ আত্মজীৱনী সংকলন: এৰি অহা দিনবোৰ, দ্বিতীয় খণ্ড, স্টুডেন্ট স্টৰ্চ, ১৯৯৯
  • চিন্তা মন্থন আৰু অভিব্যক্তি, স্টুডেন্ট স্টৰ্চ, গুৱাহাটী, ২০০৩
  • অনুদিত: দাদিবুঢ়া, সাহিত্য একাডেমী, নতুন দিল্লী, ২০০৭
  • Translated: Bamboo -- Green Gold, CBTC Mission.
  • ভক্তি আন্দোলন আৰু অসমত নৱবৈষ্ণৱ ধৰ্ম্ম, বনলতা, ডিব্ৰুগড়, ২০১৭

তথ্যসূত্ৰ[সম্পাদনা কৰক]