মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (হিউষ্টন)
অৱয়ব
| বছৰ | ২০০৪ |
|---|---|
| প্ৰকাৰ | প্ৰতিমূৰ্তি |
| বিষয় | মহাত্মা গান্ধী |
| অৱস্থিতি | হিউষ্টন, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| 29°43′16″N 95°23′18″W / 29.721156°N 95.388357°Wস্থানাংক: 29°43′16″N 95°23′18″W / 29.721156°N 95.388357°W |
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (ইংৰাজী: Statue of Mahatma Gandhi (Houston)) আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ হিউষ্টন চহৰত প্ৰতিষ্ঠিত।এখন সৰু পাহাৰৰ ওপৰত স্থাপন কৰা, ড. মাৰ্টিন লুথাৰ কিং, জুনিয়ৰ প্ৰতিমূৰ্তিৰ বিপৰীতে, মহাত্মা গান্ধী এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।[1] ২০০৩ চনত ৰাম ভাঞ্জি সুতাৰৰ দ্বাৰা নিৰ্মিত, এই সুন্দৰ ব্ৰঞ্জৰ মূৰ্তিটো এটা পালিশ কৰা গ্ৰেনাইট আধাৰৰ ওপৰত স্থাপিত। [2]
বাহ্যিক সংযোগসমূহ
[সম্পাদনা কৰক]- https://www.hermannpark.org/place/165/[সংযোগবিহীন উৎস]
- Open Letter to Houston City Council: Permanently Removal of Hermann Park Gandhi Statue, Organization for Minorities of India