মাউংদাও জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


মাউংদাও জিলা
မောင်တောခရိုင်
—  জিলা  —
ৰাখাইন ৰাজ্যত (নীলা) মাউংদাও জিলাৰ অৱস্থান (ৰঙা)
ৰাখাইন ৰাজ্যত (নীলা) মাউংদাও জিলাৰ অৱস্থান (ৰঙা)
Country  ম্যানমাৰ
Division ৰাখাইন ৰাজ্য
ৰাজধানী মাউংদাও
সময় অঞ্চল MMT (গ্ৰী.মা.স.+6:30)

মাউংদাও জিলা (মান: မောင်တောခရိုင်) পশ্চিম ম্যানমাৰ (বাৰ্মা)ৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। ইয়াৰ ৰাজধানী চহৰ মাউংদাও আৰু জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ২৯৫ জন। মাউংদাও জিলাৰ জনসংখ্যাৰ প্ৰায় ৯১ শতাংশ মুছলমান, যাৰ ফলত ই ম্যানমাৰৰ সৰ্বাধিক মুছলমান থকা জিলা হিচাপে পৰিগণিত হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]