মানগৰম
অৱয়ব
মানগৰম | |
---|---|
![]() থিয়েটাৰ মুক্তিৰ প'ষ্টাৰ | |
পৰিচালক | লোকেশ কানাগৰাজ |
ৰচনা | লোকেশ কানাগৰাজ |
প্ৰযোজক | এছ. আৰ. প্ৰভু |
অভিনয়ত | শ্ৰী নটৰাজন সুদীপ কিষাণ ৰেজিনা কেছান্দ্ৰা |
চিত্ৰগ্ৰহণকাৰী | চেলভাকুমাৰ এছ. কে. |
সম্পাদনা | ফিল'মিন ৰাজ |
সংগীত পৰিচালক | জাভেদ ৰিয়াজ |
প্ৰযোজনা কোম্পানী |
Potential Studios |
পৰিবেশক | Potential Studios |
মুক্তি |
১০ মাৰ্চ ২০১৭ |
দৈৰ্ঘ্য |
১৩৭ মিনিট |
দেশ | ভাৰত |
ভাষা | তামিল |
বাজেট | ₹5 crore[1][2] |
সৰ্বমুঠ আয় | est.₹100 crore[1] |
মানগৰম (অনুবাদ: মহানগৰ) হৈছে ২০১৭ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন থ্ৰিলাৰ চলচ্চিত্ৰ। লোকেশ কানাগৰাজৰ দ্বাৰা লিখা আৰু পৰিচালিত চলচ্চিত্ৰখনৰ প্ৰযোজক এছ.আৰ. প্ৰভু। চলচ্চিত্ৰখনৰ চাউণ্ডট্ৰেক নিৰ্মাণ কৰিছে জাভেদ ৰিয়াজে। অভিনয় কৰিছে শ্ৰী নটৰাজন, সুদীপ কিষাণ, ৰেজিনা কেছান্দ্ৰা আদিয়ে। ২০১৭ চনৰ ১০ মাৰ্চত মুক্তি লাভ কৰা চলচ্চিত্ৰখনে সমালোচকৰ ইতিবাচক সমালোচনা লাভ কৰিছিল। ইয়াক ২০২৩ চনত মুম্বাইকাৰ নামেৰে হিন্দীত মুক্তি দিয়া হয়।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Chakraborty, Saikat (2023-03-14). "4 Lokesh Kanagaraj films to watch on OTT on his 37th birthday". The Telegraph. https://www.telegraphindia.com/entertainment/4-lokesh-kanagaraj-films-to-watch-on-ott-on-his-37th-birthday/cid/1922455। আহৰণ কৰা হৈছে: 2024-08-02.
- ↑ Natarajan, Saradha (2023-07-26). "From Maanagaram at 45 days to Leo in 125 days: Here's a list of how many days Lokesh Kanagaraj took to complete shooting for his films". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/from-maanagaram-at-45-days-to-leo-in-125-days-heres-a-list-of-how-many-days-lokesh-kanagaraj-took-to-complete-shooting-for-his-films/photostory/102120745.cms। আহৰণ কৰা হৈছে: 2024-08-02.