আজৰাইল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মালাক আল-মাউতৰ পৰা পুনঃনিৰ্দেশিত)

মালক আল-মাউত বা আজৰাইল (ইংৰাজী: Azrael) হ'ল এক দেৱদূত বা ফৰিষ্টা; যাৰ কাম হ'ল ঈশ্বৰৰ নিৰ্দেশনা অনুযায়ী জীৱৰ প্ৰাণ সংহাৰ কৰা।[1]ইছলামৰ বিশ্বাস মতে মৃত্যুকালত আজৰাইলে, ব্যক্তিৰ পৃথিৱীৰ আমল বা কৃতকৰ্ম অনুযায়ী ভাল মানুহৰ ওচৰত পৱিত্ৰৰূপে আৰু পাপীসকলৰ ওচৰত ভয়ংকৰৰূপে আবিৰ্ভূত হয় আৰু মানুহৰ মৃত্যু ঘটায় (জান কবজ কৰে)।

নবী মুহাম্মদে (ছাঃ) মৃত্যুকালৰ ভয়াবহতা বৰ্ণনা কৰি কৈছে, ' মালাক আল-মাউত (তথা আজৰাইল ফেৰেস্তা) ক চোৱা এক হাজাৰবাৰ তৰোৱালেৰে আঘাত খোৱাতকৈ বেছি কষ্টদায়ক।'

নামকৰণ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. quran:31/34