মিচিমি জনগোষ্ঠী
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মিচিমি জনগোষ্ঠীৰ লোকসকল লোহিত, উজনি দিবাং উপত্যকা আৰু নামনি দিবাং উপত্যকাত বাস কৰে। এই জনগোষ্ঠীৰ তিনিটা ভাগ আছে: ইদু (Idu) অথবা চুলিকতা (Chulikata), ডিগাৰু (Digaru) অথবা তাৰ'ন (Taroan) আৰু মিজু (Miju) অথবা কমন (Kaman)। ইদু মিচিমিৰ এটা ভাগক বেবেজীয়া মিচিমি বুলিও কোৱা হয়। মিচিমি জনগোষ্ঠীৰ মহিলা সকল নিপুণ শিপিনী। তেওঁলোক সাধাৰণতে কৃষিজীৱি যদিও বেপাৰ-বাণিজ্যৰ লগতো জড়িত। পূৰ্বৰে পৰা মিচিমি জনগোষ্ঠীৰ অসমৰ লগত সু-সম্পৰ্ক আছে। বেপাৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছিল: deer –musk, বনৰীয়া ঔষধীয় গছ, জন্তুৰ ছাল, মিচিমি-তিতা (Mishimi – tita) ইত্যাদি।