মিডিয়াৱিকি:Movepagetext

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তলৰ প্ৰপত্ৰ ব্যৱহাৰ কৰিলে এই পৃষ্ঠাৰ শিৰোনাম সলনি হ'ব, লগতে সমগ্ৰ ইতিহাস নতুন শিৰোনামলৈ স্থানান্তৰ কৰা হ'ব। পুৰণা শিৰোনামটো নতুন শিৰোনামালৈ এটা পুনৰ্নিৰ্দেশনা হৈ ৰ'ব। পুৰণা শিৰোনামলৈ পোনাৱা পুনৰ্নিৰ্দেশনাসমূহ আপুনি স্বয়ংক্ৰিয়ভাৱে আপডে'ট কৰিব পাৰিব। যদি এইটো কৰিব নিবিচাৰে তেনেহ'লে দ্বি-পুনৰ্নিৰ্দেশনাসমূহ বা ভঙা পুনৰ্নিৰ্দেশনাসমূহ বাছনি কৰে যেন। সকলো সংযোগ সঠিক দিশলৈ পোনাৱাৰ দায়িত্ব আপোনাৰ।

মন কৰিব যে পৃষ্ঠাটো স্থানান্তৰ কৰা নহ'ব যদিহে নতুন শিৰোনামটোত পূৰ্বৰপৰা এটা পৃষ্ঠা আছেই, আৰু যদিহে পূৰ্বৰ পৃষ্ঠাটো কোনো পুনৰ্নিৰ্দেশ নহয় আৰু তাৰ কোনো সম্পাদনাৰ পূৰ্বইতিহাস নাই। ইয়াৰ অৰ্থ এয়ে যে ভুল হলে পৃষ্ঠাটো আগৰ ঠাইতে থাকিব, আৰু আপুনি প্ৰচলিত পৃষ্ঠা এটাক আন পৃষ্ঠা এটাৰে সলনি কৰিব নোৱাৰে।

সতৰ্কবাণী ! জনপ্ৰিয় পৃষ্ঠা এটাৰ বাবে এয়া এক ডাঙৰ আৰু অনাকাংক্ষিত সাল-সলনি হ’ব পাৰে; আগবঢ়াৰ পূৰ্বে এই কাৰ্যৰ পৰিণাম ভালদৰে বিবেচনা কৰি লয় যেন।