প্ৰেমচন্দ
অৱয়ব
(মুন্সী প্ৰেমচন্দৰ পৰা পুনঃনিৰ্দেশিত)
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
প্ৰেমচন্দ (হিন্দী-प्रेमचंद) হিন্দী আৰু উৰ্দু ভাষাৰ লোকপ্ৰিয় গল্পকাৰ, ঔপন্যাসিক তথা সমালোচক আছিল।[1] তেওঁৰ প্ৰকৃত নাম আছিল ধনপত ৰায় শ্ৰীবাস্তৱ।[2] তেওঁ সেৱাসদন, প্ৰেমাশ্ৰম, ৰংগভূমি, নিৰ্মলা, গবন, কৰ্মভূমি, গোদান আদি জনপ্ৰিয় উপন্যাস তথা কফন, পূস কী ৰাত, পঞ্চ পৰমেশ্বৰ, বড়ে ঘৰ কী বেটী, বুঢ়ী কাকী, দো বৈলো কী কথা আদি তিনিশতাধিক গল্পৰ ৰচক। তেওঁ হিন্দী পত্ৰিকা জাগৰণ তথা সাহিত্যিক পত্ৰিকা হংসৰ সম্পাদক তথা প্ৰকাশক আছিল। আদৰ্শোন্মুখ যথাৰ্থবাদ প্ৰেমচন্দৰ সাহিত্যৰ মুখ্য বিশেষত্ব। হিন্দী গল্প-উপন্যাসৰ ক্ষেত্ৰত ১৯১৮ ৰ পৰা ১৯৩৬ চনৰ এই কালছোৱাক 'প্ৰেমচন্দ যুগ' হিচাপে জনা যায়।
সংক্ষিপ্ত জীৱনী
[সম্পাদনা কৰক]বেনাৰসত অৱস্থিত লামহি গাঁৱত ১৮৮০ চনৰ ৩১ জুলাই তাৰিখে প্ৰেমচন্দৰ জন্ম হৈছিল। তেওঁ চিত্ৰগুপ্তবংশী কায়স্থ পৰিয়ালৰ বংশধৰ আছিল, যি কেইবা বিঘাও মাটিৰ মালিক আছিল।[3]
সাহিত্যিক অৱদান
[সম্পাদনা কৰক]উপন্যাস
[সম্পাদনা কৰক]- অসৰাৰে মআবিদ / দেৱস্থান ৰহস্য
- হমখুৰ্মা ৱ হমসৱাব / প্ৰেমা
- কিশনা
- ৰূঠী ৰানী
- জলৱএ ঈসাৰ
- সেৱাসদন
- প্ৰেমাশ্ৰম
- ৰংগভূমি
- নিৰ্মলা
- কায়াকল্প
- অহংকাৰ
- প্ৰতিজ্ঞা
- গবন
- কৰ্মভূমি
- গোদান
- মংগলসূত্ৰ (অসম্পূৰ্ণ)- এইখন উপন্যাস তেওঁৰ পুত্ৰ অমৃতৰায়ে সম্পূৰ্ণ কৰিছিল।
গল্প সংকলন
[সম্পাদনা কৰক]- সপ্তসৰোজ
- নৱনিধি
- প্ৰেমপূৰ্ণিমা
- প্ৰেম-পচীসী
- প্ৰেম-প্ৰতিমা
- প্ৰেম-দ্বাদশী
- সমৰযাত্ৰা
- মানসৰোবৰ
নাটক
[সম্পাদনা কৰক]- সংগ্ৰাম
- কৰ্বলা
- প্ৰেম কী বেদী
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Munshi Premchand of nami Village, Robert O. Swan, Duke University Press, 1969
- ↑ (Gopal, Madan (19 December 1944). Premchand (1 সম্পাদনা). প্ৰকাশক Lahore: The Bookabode.
- ↑ Gupta 1998, পৃষ্ঠা 7