মূলধন আৰু পৰিসম্পত্তি মূল্যায়ন আৰ্হি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূলধন আৰু পৰিসম্পত্তি মূল্যায়ন আৰ্হি (ইংৰাজী: Capital and Asset Pricing Model বা CAPM) এটি বিত্তীয় অৰ্থনৈতিক আৰ্হি যাৰ ব্যৱহাৰ তত্ত্বগতভাৱে কোনো পৰিসম্পত্তিৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ কৰা হয়। এই আৰ্হিত পৰিসম্পত্তিটোৰ তেনে বিপদক স্থান দিয়া হয় যাক বৈচিত্ৰ্য়ীকৰণেৰে আঁতৰাব পৰা নাযায় (যেনে ব্যৱস্থাগত বিপদ বা বজাৰ বিপদ) যাক βৰে চিহ্নিত কৰা হয়।

বিকাশ[সম্পাদনা কৰক]

উপভোগ সংহতি আৰু অগ্ৰাধিকাৰ সম্বন্ধ[সম্পাদনা কৰক]

বিত্তীয় বিনিয়োগৰ অৱসৰ সংহতি[সম্পাদনা কৰক]

CAPM সমীকৰণ[সম্পাদনা কৰক]

স্বতঃসিদ্ধসমূহ[সম্পাদনা কৰক]

স্বতঃসিদ্ধৰ পৰিত্যাগ[সম্পাদনা কৰক]

পৰীক্ষামূলক প্ৰমাণ[সম্পাদনা কৰক]