মেৰী শ্বেলী
Jump to navigation
Jump to search
মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলী | |
---|---|
![]() মেৰী শ্বেলীৰ এখন চিত্ৰ | |
জন্ম | ৩০ আগষ্টত ১৭৯৭ লণ্ডন, ইংলেণ্ড |
মৃত্যু | ১ ফেব্ৰুৱাৰী ১৮৫১ লণ্ডন, ইংলেণ্ড |
পেছা | ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ |
ভাষা | ইংৰাজী |
ৰাষ্ট্ৰীয়তা | লণ্ডন, ইংলেণ্ড |
ধৰণ | ৰোমাণ্টিক[1] |
মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলী (ইংৰাজী: Mary Wollstonecraft Shelley) হৈছে উনবিংশ শতিকাৰ এগৰাকী প্ৰখ্যাত ইংৰাজ সাহিত্যিক। তেওঁ একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ, জীৱনীকাৰ আৰু ভ্ৰমণকাহিনী লেখিকা। ১৭৯৭ চনৰ ৩০ আগষ্টত লণ্ডনত মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলীৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল দাৰ্শনিক উইলিয়াম গডউইন আৰু মাক মেৰী ৱলষ্ট’নক্ৰেফ্ট সেই সময়ৰ এগৰাকী নাৰীবাদী চিন্তাৰ মহিলা আৰু লেখিকা আছিল। তেওঁ প্ৰখ্যাত ইংৰাজ কবি পাৰ্ছি বাইশ্ব শ্বেলী (Percy Bysshe Shelley)-ৰ দ্বিতীয় পত্নী আছিল।[2][1]
মৃত্যু[সম্পাদনা কৰক]
১৮৫১ চনৰ ১ ফেব্ৰুৱাৰীত লণ্ডনত মেৰী শ্বেলীৰ মৃত্যু হয়।
গ্ৰন্থসমূহ[সম্পাদনা কৰক]
- ফ্ৰেংকেনষ্টাইন
- ভালপেৰ্গা
- দা ফৰছুন অৱ পাৰ্কিন ৱেৰবেক
- দা লাষ্টত মেন
- হিষ্টৰী অৱ এ ছিক্স উইকছ্ টুৰ
- লাড’ৰ
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 "Mary Shelley". https://www.bl.uk/people/mary-shelley। আহৰণ কৰা হৈছে: ৩১ মে ২০২০.
- ↑ "মেৰী শ্বেলী". https://www.biography.com/.amp/writer/mary-shelley। আহৰণ কৰা হৈছে: ৩১ মে ২০২০.