মৌলিক সংখ্যা
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
গণিতৰ পৰিভাষাত মৌলিক সংখ্যা (অথবা মৌলিক) হ'ল এনেকুৱা স্বাভাৱিক সংখ্যা কেৱলমাত্ৰ দুটা পৃথক উৎপাদক আছেঃ ১ আৰু সেই সংখ্যাটো নিজেই।
১-১০০ লৈকে মৌলিক সংখ্যা ২৫ টা[সম্পাদনা কৰক]
প্ৰথম ২৫টা মৌলিক সংখ্যা হ'লঃ ২, ৩, ৫, ৭, ১১, ১৩, ১৭, ১৯, ২৩, ২৯, ৩১, ৩৭, ৪১, ৪৩, ৪৭, ৫৩, ৫৯, ৬১, ৬৭, ৭১, ৭৩, ৭৯, ৮৩, ৮৯, ৯৭।
১-১০০ লৈকে মৌলিক সংখ্যাৰ যোগফল ১০৬০। ১-১০ লৈকে মৌলিক সংখ্যা ৪ টা।
মৌলিক সংখ্যা বাহিৰ কৰাৰ পদ্ধতি[সম্পাদনা কৰক]
২ ক বাদ দি আটাইবোৰ মৌলিক সংখ্যাই হৈছে অযুগ্ম। যিবোৰ অযুগ্ম সংখ্যা ১ আৰু নিজৰ বাহিৰে আন সংখ্যাৰে বিভাজ্য নহয় সেইবোৰেই হৈছে মৌলিক সংখ্যা।