ম’বাইল ফোন
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
মবাইল বা ম’বাইল ফোন বা চেলুলাৰ ফোন হ’ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ। ম’বাইল ফোনৰ অসমীয়া প্ৰতিশব্দ হ’ল ভ্ৰাম্যভাষ যন্ত্ৰ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰ’লা কোম্পানীত কৰ্মৰত মাৰ্টিন কুপাৰ আৰু জ’ন ফ্ৰাঞ্চিচ মিচেল নামৰ বিজ্ঞানী দুজনে ১৯৭৩ চনত প্ৰথম তাঁৰবিহীন চেলুলাৰ ফোনবিধ নিৰ্মাণ কৰি উলিয়ায়।[1][2][3] তাৰ পিছত কেইবাটাও ঢাপ পাৰহৈ ম’বাইল ফোনে স্মাৰ্ট ফোনৰ স্তৰ লাভ কৰিছে। একেটা যন্ত্ৰৰে Text Massage, E-Mail, Phone Call, Camera, Compass, Internetৰ সংযোজনেৰে ডাটা Browsing ইত্যাদি অলেখ কাম কৰিব পাৰি বাবেই ইয়াক স্মাৰ্ট ফোন বুলি কোৱা হয়।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ John F. Mitchell Biography
- ↑ Who invented the cell phone?
- ↑ Heeks, Richard (2008). "Meet Marty Cooper – the inventor of the mobile phone". BBC খণ্ড 41 (6): 26–33. doi:10.1109/MC.2008.192. http://news.bbc.co.uk/2/hi/programmes/click_online/8639590.stm.