যোৰহাট গৌৰৱ যাত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

যোৰহাট গৌৰৱযাত্ৰা বা কুইয়াৰ প্ৰাইড যোৰহাট (ইংৰাজী: Queer Pride Jorhat) অসমৰ যোৰহাটত অনুষ্ঠিত বাৰ্ষিক গৌৰৱ যাত্ৰা।১৭ এপ্ৰিল, ২০২২ তাৰিখে যোৰহাটত স্থানীয় এলজিবিটি সম্প্ৰদায়ৰ সদস্য আৰু এলজিবিটি অধিকাৰ সমৰ্থকসকলে প্ৰথমবাৰৰ বাবে এই প্ৰাইডৰ আয়োজন কৰিছিল।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]