সমললৈ যাওক

লানা ৰোডছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লানা ৰোডছ

Rhoades at the 2017 AVN Awards
জন্ম ৬ ছেপ্টেম্বৰ, ১৯৯৬[1]
ৰাষ্ট্ৰীয়তা আমেৰিকান
পেচা podcaster, social-media personality
সন্তান

লানা ৰোডছ ( চিকাগো, ইলিনয় ; ৬ ছেপ্টেম্বৰ, ১৯৯৬) এগৰাকী পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল।

লানা চেকোস্লোভাক বংশৰ এটা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। [2] তাই দ্য টেলিড কিল্ট ৰেষ্টুৰেণ্ট চেইনত ওৱেট্ৰেছ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। [3]

তাই ২০১৬ চনত ২০ বছৰ বয়সত পৰ্ণ উদ্যোগত প্ৰৱেশ কৰিছিল। [2] তাইৰ প্ৰথম অভিনয় দৃশ্য আছিল ৱেব এফ টিভি গাৰ্লছৰ বাবে। [3]

২০১৬ চনৰ আগষ্ট মাহত তাই পেণ্টহাউছ আলোচনীৰ পেট অফ পেণ্টহাউছ হিচাপে নিৰ্বাচিত হয়। [4]

২০১৭ চনত লানা নামৰ চলচ্চিত্ৰত তাই প্ৰথম এনাল সেক্স (পায়ুপথৰ যৌন সম্পৰ্ক) আৰু ডাবল পেনেট্ৰেচন দৃশ্য ৰূপায়ণ কৰে [5] আৰু এসপ্তাহৰ পিছত লানা ৰোডছ আনলিশ্বেডত তাই প্ৰথম এনাল ডাবল পেনেট্ৰেচন দৃশ্য ৰূপায়ণ কৰে। [6] তাই গেংবেং মি ৩ -ত প্ৰথমবাৰৰ বাবে গেংবেং ৰূপায়ণ কৰে। [7]

২০১৭ চনত তাই জেনাণ্ডাৰ কৰ্ভাছৰ সৈতে হট মডেল ৯ৰ বাবে শ্ৰেষ্ঠ উত্তপ্ত অভিনেত্ৰী আৰু শ্ৰেষ্ঠ ল'ৰা/ছোৱালী যৌন দৃশ্যৰ শাখাত এভিএন বঁটাৰ বাবে মনোনীত হয় [8] [9]

একেদৰে তেওঁ এক্সবিআইজেড এৱাৰ্ডছত শ্ৰেষ্ঠ উদ্দিপ্ত অভিনেত্ৰীৰ বঁটা লাভ কৰে [10] আৰু শ্ৰেষ্ঠ লেচবিয়ান চলচ্চিত্ৰ সেক্স সিন আৰু বেনজিং ক্লিটৰ শ্ৰেষ্ঠ গনজো চলচ্চিত্ৰ যৌন দৃশ্যৰ বাবে টুইষ্টেড পেচনছ ১৮ দ্বাৰা দুবাৰ মনোনয়ন লাভ কৰে। [11] [12]

পৰ্ণগ্ৰাফীত অল্পকালীন কেৰিয়াৰৰ অন্তত অভিনেত্ৰী হিচাপে ২৪০খনতকৈও অধিক ছবি ৰেকৰ্ডিং কৰি ২০১৮ চনত অৱসৰ গ্ৰহণ কৰে যদিও ২০২০ চনৰ জানুৱাৰী মাহত ব্ৰাজাৰ্ছত ১২টা নতুন দৃশ্য অভিনয় কৰিব বুলি সংক্ষিপ্ত প্ৰত্যাৱৰ্তনৰ কথা ঘোষণা কৰে। [13]

তাইৰ কেইখনমান চিনেমা হ'ল - ২ কিউট ৪ পৰ্ণ ৪ [14], ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্চ ৩ [15], ডাৰ্টী টক ৪ [16], ফ্লাছ হাণ্টাৰ ১৪ [17], লাভ ষ্ট'ৰীচ ৫ [18], স্লাট অডিচন ১৯ [19] স্লাট পাপিচ ১১ [20]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. AVN — Lana Rhoades
  2. 1 2 "Internet Adult Film Database" (en ভাষাত). www.iafd.com. http://www.iafd.com/person.asp?perfid=lanarhoades&gender=female আহৰণ কৰা হৈছে: 2019-04-23.
  3. 1 2 "Lana Rhoades Interview" (en-US ভাষাত). Pornstar Interviews. 2016-04-21. https://interviews.adultdvdtalk.com/lana-rhoades/ আহৰণ কৰা হৈছে: 2019-04-23.
  4. "Lana Rhoades - Penthouse Galleries - Exclusive Penthouse Pets Pictures". penthouse-galleries.net. http://penthouse-galleries.net/galleries/g02627.html আহৰণ কৰা হৈছে: 2019-04-23.
  5. "Lana | Tushy | adultfilmdatabase". www.adultfilmdatabase.com. http://www.adultfilmdatabase.com/video/116919/lana/ আহৰণ কৰা হৈছে: 2019-04-23.
  6. "Lana Rhoades Unleashed | Hard X | adultfilmdatabase". www.adultfilmdatabase.com. http://www.adultfilmdatabase.com/video/118383/lana-rhoades-unleashed/ আহৰণ কৰা হৈছে: 2019-04-23.
  7. "Gangbang Me 3 | Hard X | adultfilmdatabase". www.adultfilmdatabase.com. http://www.adultfilmdatabase.com/video/121882/gangbang-me-3/ আহৰণ কৰা হৈছে: 2019-04-23.
  8. Network, AVN Media. "AVN Fan Awards" (en ভাষাত). AVN Fan Awards. https://avn.com/awards আহৰণ কৰা হৈছে: 2019-04-23.
  9. "Internet Adult Film Database" (en ভাষাত). www.iafd.com. http://www.iafd.com/title.asp?title=hot+models&year=2016&hot-models.htm আহৰণ কৰা হৈছে: 2019-04-23.
  10. XBIZ. "2017 XBIZ Awards Winners Announced" (en ভাষাত). XBIZ. https://www.xbiz.com/news/216216/2017-xbiz-awards-winners-announced আহৰণ কৰা হৈছে: 2019-04-23.
  11. "XBIZ Announces Finalist Nominees for 2017 XBIZ Awards - XBIZ.com". web.archive.org. 2016-11-20. Archived from the original on ২০১৬-১১-২০. https://web.archive.org/web/20161120004652/http://www.xbiz.com/news/news_piece.php?id=214472&mi=all&q=xbiz+awards আহৰণ কৰা হৈছে: 2019-04-23.
  12. "Internet Adult Film Database" (en ভাষাত). www.iafd.com. http://www.iafd.com/title.asp?title=twisted+passions+18&year=2016&twisted-passions-18.htm আহৰণ কৰা হৈছে: 2019-04-23.
  13. "Tuit de Lana Rhoades". Twitter. https://twitter.com/LanaRhoades/status/1213182269189308417.
  14. "2 Cute 4 Porn 4 | Evil Angel | adultfilmdatabase". www.adultfilmdatabase.com. http://www.adultfilmdatabase.com/video/112761/2-cute-4-porn-4/ আহৰণ কৰা হৈছে: 2019-04-23.
  15. "Brothers and Sisters 3 | Sweet Sinner | adultfilmdatabase". www.adultfilmdatabase.com. http://www.adultfilmdatabase.com/video/113296/brothers-and-sisters-3/ আহৰণ কৰা হৈছে: 2019-04-23.
  16. "Dirty Talk 4 | Evil Angel | adultfilmdatabase". www.adultfilmdatabase.com. http://www.adultfilmdatabase.com/video/113112/dirty-talk-4/ আহৰণ কৰা হৈছে: 2019-04-23.
  17. "Flesh Hunter 14 | Jules Jordan Video | adultfilmdatabase". www.adultfilmdatabase.com. http://www.adultfilmdatabase.com/video/113448/flesh-hunter-14/ আহৰণ কৰা হৈছে: 2019-04-23.
  18. "Love Stories 5 | Erotica X | adultfilmdatabase". www.adultfilmdatabase.com. http://www.adultfilmdatabase.com/video/113265/love-stories-5/ আহৰণ কৰা হৈছে: 2019-04-23.
  19. "Slut Auditions | Evil Angel | adultfilmdatabase". www.adultfilmdatabase.com. http://www.adultfilmdatabase.com/video/112755/slut-auditions/ আহৰণ কৰা হৈছে: 2019-04-23.
  20. "Slut Puppies 11 | Jules Jordan Video | adultfilmdatabase". www.adultfilmdatabase.com. http://www.adultfilmdatabase.com/video/112884/slut-puppies-11/ আহৰণ কৰা হৈছে: 2019-04-23.