| চিত্ৰনাট্য |
প্ৰকাৰ |
ব্যৱহাৰৰ জনসংখ্যা অনুসৰি |
সংশ্লিষ্ট ভাষাসমূহ |
উদীয়মান ব্যৱহাৰৰ ক্ষেত্ৰসমূহ
|
ৰোমান লিপি লেটিন
| অশাব্দিক বৰ্ণানুক্ৰমিক লিপি
| 4900000প্ৰায় ৪৯ কোটি[1]
| ইংৰাজী ভাষা, স্পেনিছ ভাষা, ফৰাচী ভাষা, পৰ্তুগীজ ভাষা, মলে ভাষা, ইণ্ডোনেছিয়ান ভাষা, জাৰ্মান ভাষা, তুৰ্কী ভাষা, ভিয়েটনামী ভাষা, ইটালীয় ভাষা, পোলিছ ভাষা, ডাচ ভাষা, ছুইডিছ ভাষা, লেটিন ভাষা, ছিলেটি ভাষা অন্যান্য...
| বিশ্বজুৰি
|
চীনা লিপি 汉字 漢字 |
চিত্ৰ-বৰ্ণমালা লিপি
| 1340000 ১৩৪ মিলিয়ন[2] ভিয়েটনামী ভাষা (চুন নাম অচল)
| পিআৰচি, টাইৱান, মাকাউ, হংকং, জাপান, কোৰিয়া, চিংগাপুৰ, মালয়েছিয়া।
|
আৰবী লিপি العربية
| আবজাদ লিপি।
| ০৬৬০০০ ৬৬ কোটি
| আৰবী ভাষা, পাৰ্চী ভাষা, উৰ্দু ভাষা, পাঞ্জাবী ভাষা, পাষ্টো ভাষা, সিন্ধি ভাষা, বালুচি ভাষা, মালয় ভাষা, ৱিঘূৰ ভাষা, কাজাখ ভাষা (PRC)
| আৰব বিশ্ব, পাকিস্তান, ভাৰত, পশ্চিম চীন, মালয়েছিয়া।
|
দেৱনাগৰী লিপি দেৱনাগৰী
| ধ্বনিগত বৰ্ণমালা লিপি
| ০৪২০০০ ৪২ কোটি[3]
| হিন্দী ভাষা, মাৰাঠী ভাষা, নেপালী ভাষা, সংস্কৃত ভাষা
| ভাৰত, নেপাল
|
চিৰিলিক লিপি Кирилица
| অশব্দ বৰ্ণানুক্ৰমিক লিপি
| ০২৫০০০ ২৫ কোটি
| ৰাছিয়ান ভাষা, ইউক্ৰেইনীয় ভাষা, বেলাৰুছ ভাষা, বুলগেৰিয়ান ভাষা, কিৰ্গিজ ভাষা, কাজাখ ভাষা, মংগোলীয় ভাষা, ছাৰ্বিয়ান ভাষা, তাজিক ভাষা
| পূব ইউৰোপ, উত্তৰ এছিয়া আৰু মধ্য এছিয়া।
|
পূব নগৰীয়া লিপি বাংলা, অসমীয়া, ছিলেটি,
চট্টাগোনিয়া
| ধ্বনিগত বৰ্ণমালা লিপি
| ০২২০০০ ২২ কোটি[4]
| বাংলা ভাষা, চট্টাগাঁও ভাষা, অসমীয়া ভাষা, ছিলেটি, বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা, মৈতৈ মণিপুৰী ভাষা আৰু ককবৰক ভাষা
| বাংলাদেশ আৰু ভাৰত (পশ্চিম বংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, ঝাৰখণ্ড, মণিপুৰ।)
|
কানা (হিৰাগানা/কাটাকানা) 仮名 かな カナ
| শব্দ
| ০১২০০০ ১২ কোটি
| জাপানী ভাষা, অকিনাৱা ভাষা, আইনু ভাষা
| জাপান
|
গুৰমুখী গুৰমুখী
| ধ্বনিগত বৰ্ণমালা লিপি
| ০১০০০০০০ ১০ কোটি
| পাঞ্জাবী ভাষা
| পাকিস্তান, ভাৰত
|
জাভানিজ লিপি ꦲꦤꦕꦏꦫ
| ধ্বনিগত বৰ্ণমালা লিপি
| 0080000৮ কোটি
| জাভানি ভাষা
| জাভা দ্বীপ
|
জাভানিজ লিপি ꦲꦤꦕꦏꦫ
| ধ্বনিগত বৰ্ণমালা লিপি
| 0080000৮ কোটি
| জাভানি ভাষা
| জাভা দ্বীপ
|
Hangeul 한글 조선글
| অশব্দ বৰ্ণানুক্ৰমিক লিপি
| 0078700 ৭৮ মিলিয়ন[5]
| কোৰিয়ান ভাষা
| উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া, পিআৰচি (য়ানবিয়ান আৰু চাংবাই ৰাজ্য)
|
তামিল লিপি தமிழ்
| ধ্বনিগত বৰ্ণমালা লিপি
| 0070000 ৭ কোটি
| তামিল ভাষা
| ভাৰত (তামিলনাডু), শ্ৰীলংকা, চিংগাপুৰ, মালয়েছিয়া, মৰিচাছ।
|
মালয়ালম লিপি মালয়ালম লিপি
| ধ্বনিগত বৰ্ণমালা লিপি
| 0052000 ৫ কোটি ২০ লাখ
| মালয়ালম ভাষা
| ভাৰত (কেৰালা)
|
তেলেগু লিপি তেলেগু
| ধ্বনিগত বৰ্ণমালা লিপি
| 0045000 ৭ কোটি ৪০ লাখ
| তেলেগু ভাষা
| ভাৰত (অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা ৰাজ্য)
|
বাৰ্মিজ লিপি ম্যানমাৰ বৰ্ণমালা
| ধ্বনিগত বৰ্ণমালা লিপি
| 0039000 ৩ কোটি ৯০ লাখ
| বাৰ্মিজ ভাষা
| ম্যানমাৰ
|
থাই লিপি அக்குத்திய்
| ধ্বনিগত বৰ্ণমালা লিপি
| 0038000 ৩ কোটি ৮০ লাখ
| থাই ভাষা, খ্মেৰ ভাষা, লাও ভাষা
| থাইলেণ্ড
|
সুন্দা লিপি
| ধ্বনিগত বৰ্ণমালা লিপি
| 0038000 ৩ কোটি ৮০ লাখ
| সুন্দানি ভাষা
| ইণ্ডোনেছিয়া
|
কানাড়া লিপি কানাড়া
| ধ্বনিগত বৰ্ণমালা লিপি
| 0035000 ৩ কোটি ৫০ লাখ[6]
| কানাড়া ভাষা
| ভাৰত (কৰ্ণাটক)
|
গুজৰাটী লিপি গুজৰাটী
| ধ্বনিগত বৰ্ণমালা লিপি
| 0030000 ৩ কোটি
| গুজৰাটী ভাষা
| ভাৰত (গুজৰাট)
|
লাও লিপি அக்க்கை லாவ
| ধ্বনিগত বৰ্ণমালা লিপি
| 0022000 ২ কোটি ২০ লাখ
| লাও ভাষা
| লাওছ
|
ওড়িয়া লিপি উত্তৰাখণ্ড
| ধ্বনিগত বৰ্ণমালা লিপি
| 0021000 ২ কোটি ১০ লাখ
| ওড়িয়া ভাষা
| ভাৰত (ওড়িশা)
|
গে'এজ লিপি গেজ
| ধ্বনিগত বৰ্ণমালা লিপি
| 0018000 ১ কোটি ৮০ লাখ
| আমহাৰিক ভাষা, তিগ্ৰী ভাষা
| ইথিওপিয়া, ইৰিত্ৰিয়া।
|
ছিলেটি নাগ্ৰী ꠍꠤꠟꠐꠤ
| ধ্বনিগত বৰ্ণমালা লিপি
| 0018000 ১ কোটি ৫০ লাখ
| ছিলেটি, বাংলা ভাষা
| বাংলাদেশ, ভাৰত, ব্ৰিটেইন।
|
সিংহল লিপি সিংহল
| ধ্বনিগত বৰ্ণমালা লিপি
| 0014400 ১ কোটি ৪৪ লাখ
| সিংহল ভাষা
| শ্ৰীলংকা
|
খ্মেৰ লিপি খ্মেৰ লিপি
| ধ্বনিগত বৰ্ণমালা লিপি
| 0011400১ কোটি ১৪ লাখ
| খেমেৰ ভাষা
| কম্বোডিয়া
|
গ্ৰীক লিপি ελληνικά
| অশব্দ বৰ্ণানুক্ৰমিক লিপি
| 0011000 ১ কোটি
| গ্ৰীক ভাষা
| গ্ৰীচ, চাইপ্ৰাছ, দক্ষিণ আলবেনিয়া আৰু সমগ্ৰ বিশ্বতে গাণিতিক আৰু বৈজ্ঞানিক উদ্দেশ্যত।
|
হিব্ৰু লিপি אולֶף־בֵּיט עִבְרִי
| আবজাদ লিপি।
| 0006000 ৬০ লাখ
| হিব্ৰু ভাষা
| ইজৰাইল
|