লিট্ল ৰে'ড ফ্লাৱাৰ্ছ
অৱয়ব
লিট্ল ৰেড ফ্লাৱাৰ্চ | |
---|---|
পৰিচালক | ঝাং য়ুৱান |
ৰচনা | নিং ডাই ঝাং য়ুৱান ৱাং চুঅ'(উপন্যাস) |
প্ৰযোজক | লি ব' ৱেন এলেন ছেন ঝাং য়ুৱান মাৰ্ক' মুৱেলাৰ ৱাং চুঅ' |
অভিনয়ত | ডং ব' ৱেন ঝাঅ' ৰুই লি ঝিয়াঅ' ফেং ছেন লি |
চিত্ৰগ্ৰহণকাৰী | য়াং টাঅ' |
সম্পাদনা | জেক'প' ক্বাড্ৰী |
সংগীত পৰিচালক | কাৰ্ল' ক্ললিভেৰি |
পৰিবেশক | ফৰ্টিচিম' ফিল্ম্স |
মুক্তি |
১৫ ফেব্ৰুৱাৰী ২০০৬(বাৰ্লিন) |
দৈৰ্ঘ্য |
৯১ মিনিট |
দেশ | চীন |
ভাষা | চীনা মাণ্ডাৰিন |
লিট্ল ৰেড ফ্লাৱাৰ্চ (চীনা ভাষাত: 看上去很美) অৰ্থাৎ 'সৰু ৰঙা ফুল' এখন ২০০৬ চনৰ চীনা চলচ্চিত্ৰ। এই ছবিখন ঝাং য়ুৱানৰ দ্বাৰা পৰিচালিত।[1] ছবিখনৰ প্ৰযোজক চীনৰ বেইজিং চেঞ্চুৰি গুড-টাইডিংচ কাল্চাৰেল ডেভেলপমেণ্ট কোম্পানী লিমিটেড আৰু ইটালীৰ ডাইন্টাউন পিক্চাৰ্চ। ডাচ্ছ কোম্পানী ফৰ্টিচিম' ফিল্মচেএই ছবিৰ বিশ্ব পৰিবেশক।
ছবিখন লেখক ৱাং চুঅ'ৰ উপন্যাস কান্ চাং চু হেন মেই বা 'সুন্দৰ হ'ব পাৰে'ৰ দ্বাৰা অনুপ্ৰাণিত।[2] এটি চাৰি বছৰীয়া ল'ৰা, ফাং চিয়াং চিয়াং আৱাসিক শিশু বিদ্যালয়লৈ যায়। সু-ব্যৱহাৰৰ বাবে পুৰস্কাৰ ৰূপে দিয়া ৰঙা ফুল নাপাই সি দুঃখিত হয়।
অভিনেতা[3]
[সম্পাদনা কৰক]- ডং ব' ৱেন-- ফাং চিয়াং চিয়াং
- ঝাও ৰুই-- মিচ্ লি
- লি ঝিয়াও ফেং-- মিচ্ টাং
- ছেন লি-- প্ৰধান অধ্যাপিকা কং
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ইণ্টাৰ্নেট মুভি ডাটাবেচৰ মতে
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2015-07-02. https://web.archive.org/web/20150702161746/http://www.fortissimo.nl/catalogue_lineup_title.aspx?ProjectId=bdca709e-2902-4e55-9e03-9b76010dfaa5। আহৰণ কৰা হৈছে: 2014-12-31.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2015-07-02. https://web.archive.org/web/20150702161746/http://www.fortissimo.nl/catalogue_lineup_title.aspx?ProjectId=bdca709e-2902-4e55-9e03-9b76010dfaa5। আহৰণ কৰা হৈছে: 2014-12-31.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Fortissimo Films Archived 2007-08-09 at the Wayback Machine লিত্ল ৰেড ফ্লাৱাৰ্চৰ অফিচিয়েল চাইট
- Little Red Flowers AllRovi ৱেবছাইটত