লুইচ জৰ্জ ৰিভেৰা হেৰেৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লুইচ জৰ্জ ৰিভেৰা হেৰেৰা, 2011

লুইচ জৰ্জ ৰিভেৰা হেৰেৰা (জন্ম ১৯৭২, পুয়েৰ্তো ৰিকো) এজন পুয়েৰ্তো ৰিকান পৰিৱেশ কৰ্মী যি নৰ্থ-ইষ্ট ইক'লজিকেল কৰিডৰ নেচাৰ ৰিজাৰ্ভ (চিইএন)ৰ সুৰক্ষাত তেওঁৰ অৱদানৰ বাবে ২০১৬ চনত গোল্ডমেন পৰিৱেশ বঁটা লাভ কৰিছিল।[1][2][3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]