শিলাদিত্য দেৱ
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
শীলাদিত্য দেৱ | |
---|---|
বিধায়ক | |
কাৰ্যকাল ২০১৬ – ২০২১ | |
পূৰ্বসূৰী | অৰ্ধেন্দু কুমাৰ দে |
উত্তৰসূৰী | ৰামকৃষ্ণ ঘোষ |
সমষ্টি | হোজাই বিধানসভা |
ব্যক্তিগত তথ্য | |
জন্ম | গুৱাহাটী |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় পাৰ্টি |
দাম্পত্যসঙ্গী | শ্ৰাবনী দেৱ |
পিতৃ-মাতৃ | সুবুদ চন্দ্ৰ দেৱ (পিতৃ) |
বাসস্থান | জোৰাপুখুৰী, হোজাই |
জীৱিকা | ৰাজনীতিবিদ |
শিলাদিত্য দেৱ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টি ৰাজনৈতিক দলৰ সদস্য। তেওঁ ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত হোজাই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।[1][2][3]
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]কেৰিয়াৰ
[সম্পাদনা কৰক]বিতৰ্ক
[সম্পাদনা কৰক]৩ এপ্ৰিল তাৰিখে দেৱে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিধায়কসকলৰ সহায়ত হোজাই পৌৰ ব’ৰ্ড গঠন কৰি দলটোক অৱজ্ঞা কৰাৰ বাবে অসম বিজেপি দলে কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰিছিল।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Nectar of Independence for all, poison for Bengalis? – Atin Das[সংযোগবিহীন উৎস]
- ↑ My Neta
- ↑ BJP gearing up for Assam polls with development agenda, CM candidate and vision document
- ↑ "Show-cause: Assam BJP MLA served show-cause | Guwahati News - Times of India". The Times of India. 3 April 2017. http://timesofindia.indiatimes.com/city/guwahati/assam-bjp-mla-served-show-cause/articleshow/57989569.cms.