সমললৈ যাওক

শ্বাশ্বতী সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্বাশ্বতী সেন এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এটা ধাৰা, কথকৰ প্ৰসাৰক। পণ্ডিত বীৰজু মহাৰাজৰ জ্যেষ্ঠ শিষ্যা আছিল তেওঁ আৰু এতিয়া নতুন দিল্লীৰ জোৰবাগ জিলাৰ কলাশ্ৰম ইনষ্টিটিউটত তেওঁ অধ্যাপনা আৰু নৃত্য পৰিৱেশন কৰে।[1]

২০০৪ চনত শ্বাশ্বতী সেনে সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।[2]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Anand, Shilpa (2012-05-18). "Kathak's ‘abhinaya' queen". The Hindu. http://www.thehindu.com/features/friday-review/dance/kathaks-abhinaya-queen/article3432737.ece.
  2. "Sangeet Natak Akademi Awards 2004 Awards Ceremony & Festival". Sangeet Natak Akademi website. Archived from the original on 21 July 2011. https://web.archive.org/web/20110721161904/http://sangeetnatak.gov.in/sna/events2005-06/2005-06awards-ceremony2004.htm আহৰণ কৰা হৈছে: 2 April 2010.