শ্ৰেণী বাৰ্তা:অসমৰ গাওঁ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"গাওঁ" নহয়, "গাঁও"হে হ'ব লাগে। শ্ৰেণীৰ নাম শুদ্ধ কৰিব পাৰি জানো? নহ'লে আকৌ নতুন শ্ৰেণী কৰিব লাগিব। Gitartha.bordoloi 13:35, 2 ডিচেম্বৰ 2011 (UTC)

"গাওঁ" আৰু "গাঁও" দুয়োটাই শুদ্ধ নহয় জানো? --অম্লান জ্যো ব 13:53, 2 ডিচেম্বৰ 2011 (UTC)
"মই গান গাওঁ", কিন্তু "এইখন মোৰ গাঁও"। বুজিলা? Gitartha.bordoloi 15:12, 2 ডিচেম্বৰ 2011 (UTC)

বাহঁতলা গাওঁ[সম্পাদনা কৰক]

বাহঁতলা গাওঁ বিষয় 2409:4065:C0E:C8D1:6454:60FF:FEA8:DBB 01:04, 27 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]