শ্ৰেণী বাৰ্তা:জ্যোতি পদাৰ্থ ৰ্বিজ্ঞান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নামটো "জ্যোতিৰ্পদাৰ্থ বিজ্ঞান" হ'ব লাগে নেকি ? Gitartha.bordoloi 08:20, 6 ফেব্ৰুৱাৰী 2012 (UTC)

এৰা, কিন্তু জ্যোতি পদাৰ্থ ৰ্বিজ্ঞান হৈ আছে। বিজ্ঞানৰ লগত হে "ৰ" যুক্ত হৈ আছে। দীপাংকৰ কথাটো মন কৰিবাচোন। প্ৰণৱ

ওঁ হয়, ম‍ইয়েই কৰিলো, মূল প্ৰবন্ধটোৰো একেটাই হৈ আছে, নতুন নামাকৰণ কৰি দিম বাৰু| এতিয়াৰ কেইটা redirect কৰি ৰাখিম নে? মোহাৰি পেলাওঁ বাৰু দীপাংকৰ চেতিয়া বাৰ্তা 08:35, 6 ফেব্ৰুৱাৰী 2012 (UTC)

আগৰ শ্ৰেণীটো আঁতৰাই প্ৰবন্ধকেইটাত আকৌ নতুন শ্ৰেণীটো দিব লাগিব। আগৰটো ডিলিট টেগ্‌ কৰি দিয়া। লগতে ভুল প্ৰবন্ধ শিৰোনামাটোও। Gitartha.bordoloi 08:45, 6 ফেব্ৰুৱাৰী 2012 (UTC)