শ্ৰেণী বাৰ্তা:নগৰ-মহানগৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নগৰৰ মাজত শোনিতপুৰ জিলা খন সোমাই আছে।বেয়া লগা নাই জানো ?--দ্বিজেন মহন্ত 11:57, 2 ডিচেম্বৰ 2011 (UTC)

কথাটি সত্য, ঠিক কৰি দিম ৰ’ব এতিয়াই, কিছুমান আপুনি নিজেওঁ কৰি দিব পাৰে| বিষ্ণু শইকীয়া 12:00, 2 ডিচেম্বৰ 2011 (UTC)

বিষ্ণ অ' এবাৰ হাত লগাই বৰ ভয় খালো।ভালকৈ আয়ত্বলৈ নহালৈকে লোকৰ বস্তুত হাত নলগাওঁ। --দ্বিজেন মহন্ত 12:04, 2 ডিচেম্বৰ 2011 (UTC)