সমললৈ যাওক

শ্ৰেণী বাৰ্তা:পোখালি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

পোখালিবোৰ বিষয়শ্ৰেণী অনুসাৰে ভাগ কৰিলে সুবিধা হ’ব যেন পাইছো, আপোনালোকে কি ভাৱে? যেনে ধৰক

  • জ্যামিতিৰ অসম্পূৰ্ণ প্ৰবন্ধবোৰ = পোখালি (জ্যামিতি)
  • গণিতৰ অসম্পূৰ্ণ প্ৰবন্ধবোৰ = পোখালি (গণিত)
  • বিজ্ঞানৰ অসম্পূৰ্ণ প্ৰবন্ধবোৰ = পোখালি (বিজ্ঞান)ইত্যাদি|

ইয়াৰ ফলত এটা সুবিধা হ’ব যে পোখালি শ্ৰেণীত প্ৰবন্ধ বিচাৰি উলিওৱা অতিকেই সহজ হ’ব লগতে পোখালি শ্ৰেণীটো সুশৃংখল হৈ পৰিব|

প্ৰশাসক তথা সদস্যবৃন্দৰ মতামতলৈ বাট চালো| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 16:16, 19 ডিচেম্বৰ 2011 (UTC)


সমৰ্থন কৰিছোঁ। পোখালি প্ৰবন্ধৰ সংখ্যা দুশমান হৈছেহি। Gitartha.bordoloi 16:33, 19 ডিচেম্বৰ 2011 (UTC)

ঠিক কথা। আচলতে "stub" টেম্পলেট বোৰে দুটা কাম কৰে,

  1. ওপৰত stub বুলি মেচেজটো দেখুৱায়
  2. এটা "শ্ৰেণী" যোগ দিয়ে।

stub বোৰৰ শ্ৰেণীবিভাজনৰ লগত গভীৰ সম্পৰ্ক আছে। মই ভাবোঁ যে যেতিয়া আমি কোনো নতুন বিষয়ত প্ৰবন্ধ লেখা আৰম্ভ কৰোঁ, তেতিয়া আমি তাত শ্ৰেণীটো দিওঁতেই কোনো নিৰ্দিষ্ট শ্ৰেণী বৃক্ষৰ অন্তৰ্ভুক্ত কৰি যাব লাগে। (Prabhakar Sarma Neog 16:36, 19 ডিচেম্বৰ 2011 (UTC)) copied from facebook


ধন্যবাদ, ইয়াৰ নক্সা এটা তৈয়াৰ কৰিব লাগিব প্ৰথমে| কিছুমান কাম প্ৰশাসক সকলে কৰিবলৈ সুবিধা| ম‍ই তাতে নতুন| অলপ সহায় পামনে? (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 17:41, 19 ডিচেম্বৰ 2011 (UTC)


মই কেইটামান সাঁচ তৈয়াৰ কৰি দিছোঁ: {{Biography stub‎}}, {{Geometry stub‎}}, {{Maths stub‎}}, {{Science stub‎}}। এইবোৰক কোনো প্ৰবন্ধত ব্যৱহাৰ কৰিলে সয়ংক্ৰিয় ভাবে ক্ৰমে পোখালি (জীৱনী), পোখালি (জ্যামিতি), পোখালি (গণিত), আৰু পোখালি (বিজ্ঞান) শ্ৰেণী সংযোগ কৰিব। --অম্লান জ্যো ব 18:37, 19 ডিচেম্বৰ 2011 (UTC)


ধন্যবাদ| এতিয়াহে অলপ গতি লাগিব| এতিয়া আমি সাঁচবোৰ ভৰাই পোখালিবোৰ আঁতৰাই দিব লাগিব| নহয়নে? (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 19:05, 19 ডিচেম্বৰ 2011 (UTC)


হয়। পিছে ই এক আমনিদায়ক কাম হব। --অম্লান জ্যো ব 19:15, 19 ডিচেম্বৰ 2011 (UTC)


বাৰু তেন্তে হাতত পৰিলে লগতে কৰি পেলালেই হ’ব| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 12:28, 20 ডিচেম্বৰ 2011 (UTC)


মই প্ৰস্তুত

[সম্পাদনা কৰক]

অসমীয়াত বহুতো বিষয় এতিয়ালৈকে সংযোগ হোৱা নাই। মই আছো কাম কৰিবলৈ। 2409:4065:30A:1513:8D53:710C:E8DE:ECBF 14:30, 25 May 2025 (ইউ.টি.চি.)