ষড়ভুজ

ষড়ভুজ বা ষষ্ঠভুজ ৬ ৰেখা খণ্ড থকা এক বহুভূজ।[1]
ষড়ভুজৰ ব্যৱহাৰ[সম্পাদনা কৰক]
- মৌ-মাখিৰ বাহ কেইবাটাও ষড়ভুজ লগ লগাই নিৰ্মাণ কৰা হয়। ই কম সামগ্ৰীৰে অধিক ক্ষেত্ৰফলৰ তল তৈয়াৰ কৰাত সহায় কৰে
- পেৰেলেল'গনেৰে টাইল কৰা হয়
- টাইল কৰা
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ xobdo.org
|