সত্যযুগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


সত্যযুগ (দেৱনাগৰী: सत्य युग) হ'ল হিন্দু শাস্ত্ৰ অনুযায়ী, চাৰিটা যুগৰ প্ৰথম যুগ। অন্য যুগসমূহ হ'ল ত্ৰেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। বহাগ মাহৰ শুক্ল পক্ষ তৃতীয়া তিথিত দেওবাৰে সত্যযুগৰ উৎপত্তি। ইয়াৰ পৰিমাণ ১৭,২৮,০০০ বছৰ। অৱতাৰ সংখ্যা চাৰিটা। মৎস্য (মাছ), কুৰ্ম (কাছ), বৰাহ (গাহৰি), নৰসিংহ (মানুহ আৰু সিংহৰ সমন্বিত ৰূপ)। ছয় জন শাসক। সকলো পুণ্য আছিল, পাপ নাছিল। প্ৰাণ আছিল মজাৰ। মৃত্যু আছিল ইচ্ছাধীন। সোনৰ পাত্র ব্যবহাৰ কৰা হৈছিল। বেদ আছিল সামবেদ। তীর্থ আছিল পুষ্কৰ তীর্থ। তাৰ ব্রহ্মনাম আছিল- নাৰায়ণৰ পৰা বেদ, নাৰায়ণৰ পৰা অক্ষৰা, নাৰায়ণৰ পৰা মুক্তি, নাৰায়ণৰ পৰা গতি। অর্থাৎ নাৰায়ণ পৰম বেদ, নাৰায়ণ পৰম অক্ষৰ, নাৰায়ণ পৰম মুক্তি, নাৰায়ণ পৰম গতি।