সদস্য:অভিজিৎ ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰচেষ্টা

চৰাইদেউ জিলাৰ আৰ্থসামাজিক,শিক্ষা,সাহিত্য আৰু সাংস্কৃতিক উন্নয়নমূলক মঞ্চ। এই মঞ্চৰ দ্বাৰা "সাহিত্যৰ পথাৰত এখোজ প্ৰচেষ্টা "নামৰ এখন মাহেকীয়া আলোচনী প্ৰকাশ পাইছে ২০ জুন ২০১৮ৰপৰা।