সদস্য:কংকণ তালুকদাৰ/ভৱানীপুৰ মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভৱানীপুৰ অঞ্চলৰ এচাম প্ৰজ্ঞাপ্ৰবুদ্ধ তথা সচেতন নাগৰিকৰ বহু আকাংক্ষাৰ বাস্তবায়িত ৰূপ ভৱানীপুৰ মহাবিদ্যালয় । ১৯৮২ চনত এখন পৰিচালনা সমিতিৰ প্ৰচেষ্টাত বি এইচ কলেজৰ সপোন সাকাৰ ৰূপ লৈ উঠে।ভৱানীপুৰ মহাবিদ্যালয় বৰপেটা জিলাৰ এখন উল্ল্যেখযোগ্য শিক্ষানুষ্ঠানৰ শাৰীত পৰে।

প্ৰতিষ্ঠাপক অধ্যক্ষ - শ্ৰী যুত নবীন কলিতা বৰ্তমান অধ্যক্ষ - তৰণী পাঠক শাখা - কলা 'নাক' গ্ৰেড - C++