সদস্য:গৌতম বৰুৱা/ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ডিব্ৰুগড় হনুমানব্ক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য শিক্ষাৰ ক্ষেত্ৰত প্ৰথমখন পূৰ্ণাংগ মহাবিদ্যালয়ৰূপে স্বীকৃত মহাবিদ্যালয় |

ডিব্ৰুগড় হনুমানব্ক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়[সম্পাদনা কৰক]

  • ঠিকনাঃ কেশৱ চন্দ্ৰ গগৈ পথ
  • ডিব্ৰুগড় -৭৮৬০০১
  • e-mail-dhskcomcol@gmail.com
  • ৱেবছাইটঃ www.dhskcommercecollege.com


  • প্ৰতিষ্ঠা বৰ্ষঃ ইং ১৯৬০
  • প্ৰতিষ্ঠাপক অধ্যক্ষঃ ড‍° লক্ষী প্ৰসাদ দত্ত, এম এ বি এল, পি এইচ ডি
  • বৰ্তমানৰ অধ্যক্ষঃ ড° খনিন্দ্ৰ মিশ্ৰ ভাগৱতী, এম কম, এম এ, এম ফিল, পি এইচ ডি


মহাবিদ্যালয় সংগীত কথাঃ ড° ভূপেশ ভাগৱতী সুৰঃ ভূৱন গগৈ

আমি পোহৰৰ গান গাম
হেঁপাহৰ কৰণি ভৰাই
জ্ঞানৰ মাণিকেৰে বিকাশৰ সোপান সাজিম
আমি পোহৰৰ গান গাম |
ত্যাগেৰে সেৱাৰ মালিতা ৰচিম
সাহসেৰে শকতিৰ কঠীয়া সিঁচিম
সুন্দৰ সত্যৰ অমল অনলত
সাধনাৰ শলিতা জ্বলাম
আমি পোহৰৰ গান গাম |
মৈত্ৰীৰে জয় দ’ল সাজি অসমীৰ
কলচী থাপিম সমন্বয়ৰ |
পূৰ্বাচলৰ মহাভাৰতৰ , আমাৰ অহংকাৰ
অপাৰ গৰিমা বহু শতিকাৰ
ধৰাত আমিয়ে বিলাম
আমি পোহৰৰ গান গাম |
অবিৰত যাত্ৰাত আমাৰ উলাহ
ন-পুৰুষৰ সপোন-হেঁপাহ
প্ৰজ্বলিত শিখা লৈ আমি আগুৱাম
আমি পোহৰৰ গান গাম |