সমললৈ যাওক

সদস্য:জিত দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নগাওঁ মহাবিদ্যালয় ১৯৪৪ চনত প্ৰতিষ্ঠা হৈছিল দচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত। মধ্য অসমৰ প্ৰাণ কেন্দ্ৰ এই মহাবিদ্যালয়ে নগাওঁৰ লগতে আশে পাশে থকা বৌদ্ধিক সমাজৰ শিক্ষাৰ অভাৱ পূৰণ কৰি আহিছে। এই মহাবিদ্যালয় খনত মুঠ ২৪ খন বিভাগ আছে। প্ৰতি বিভাগত পৰ্যাপ্ত শিক্ষক শিক্ষয়িত্ৰী আছে ।