সদস্য:টিটান সাহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

"What Art? It is the response of man's creative soul to the call of the real" -Rabindranath Tagore.

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্য পৃষ্ঠা লৈ স্বাগতম। মোৰ নাম টিটান সাহা। মোৰ ঘৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাড়া মহকুমাত। মই বৰপেটাৰোড হাউলি মহাবিদ্যালয়(B.H. College, Howly)ৰ অৰ্থনীতি বিভাগৰ ছাত্র।

মোৰ জন্ম হয ১৯৯৯ চনৰ ২৫ ছেপ্টেম্বৰত। স্কুলীয়া শিক্ষা সম্পন্ন হয় বিলাসীপাড়া ৰ এটা চৰকাৰী বাংলা স্কুল, (ইন্দ্ৰ নাৰায়ন অকাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়) ৰ পৰা। তাৰ পৰাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হই হাউলি কলেজত নামভর্তি কৰিছিলোঁ আৰু এতিয়ালৈকে এই কলেজতে অধ্যয়নৰত। সৰুৰ পৰাই সুকুমাৰ কলা আৰু সাহিত্যৰ অনুৰাগী।