সদস্য:দীপাংকৰ দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ ।মই দীপাংকৰ দাস।জন্মসূত্ৰে চাবলৈ গ'লে মই এজন বেংগলী ল'ৰা কিন্তু মই নিজকে অজকন অসমীয়া ল'ৰা বুলি কব বেছি ভাল পাওঁ।এই কথা প্ৰমাণ কৰিবলৈ যে মোৰ মনত অসমীয়াৰ প্ৰতিহে মৰম আছে বেচিকৈ ইয়াত অংশগ্ৰহণ কৰিলোঁ।কি দিব পাৰিম নাজানো,কিন্তু যি দিম ভাল দিয়াৰ যত্ন কৰিম।ধন্যবাদ।