সদস্য:নীলাক্ষি দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ। মোৰ সদস্য পৃষ্ঠালৈ আপোনালোকক স্বাগতম। মোৰ ঘৰ কামৰূপ জিলাৰ ছয়গাঁৱত। ২০১৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিলোঁ। লগতে ২০২১ চনত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা বি.এড. ডিগ্ৰীও গ্ৰহণ কৰিলোঁ। বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী।