সমললৈ যাওক

সদস্য:পূৰ্বত নেওগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

" জয় আই অসম "

নমস্কাৰ,

মোৰ সদস্য পৃষ্ঠালৈ আপোনাক স্বাগতম

(মই এজন শিক্ষক(টিউটৰ) অসমীয়া সাহিত্য ভাল পাঁও(যুৱ-লিখক) |) অসম চৰকাৰ যুৱ লেখক সন্মান ২০২৫ পাপক ।

মোৰ ঠিকনাঃ

নামঃ শ্ৰী পূৰ্বত নেওগ,পিতাঃ শ্ৰীযুত হৰেন্দ্ৰ নেওগ,আইঃ স্বৰ্গীয় ইন্দিৰা নেওগ,গাঁওঃ দিছিয়াল,ডাকঘৰঃ খনাখোকোৰা, থানাঃ গৌৰীসাগৰ (৭৮৫৬৬৪),জিলাঃ শিৱসাগৰ (অসম)

ইমেইলঃpurbatneog@gmail.com

শিক্ষাঃ

প্ৰাক্ প্ৰাথমিক শিক্ষাঃ১২নং দিছিয়াল অংগনৱাদী কেন্দ্ৰ,প্ৰাথমিক শিক্ষাঃ ৭৫৪নং দিছিয়াল প্ৰাথমিক বিদ্যালয়, নিম্ন মাধ্যমিক শিক্ষাঃ,খনাখোকোৰা বালক মজলীয়া বিদ্যালয়,উচ্চ মাধ্যমিক শিক্ষাঃ, খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়,উচ্চতৰ মাধ্যমিক শিক্ষাঃ দিখৌমুখ মহাবিদ্যালয়,কলেজীয়া শিক্ষাঃদিখৌমুখ মহাবিদ্যালয় ত

মোৰ অসমীয়া ভাষা-সাহিত্য জগতলৈ মোৰ সামান্য অৱদানঃ

প্ৰকাশিত গ্ৰন্থঃ১)প্ৰবন্ধ মঞ্জৰী,২)এছ পি ৰাম ইজ এ ষ্টৰি । সম্পাদিত গ্ৰন্থঃ ৩)প্ৰয়াস

অপ্ৰকাশিতঃ৩)অনুভৱৰ বুৰঞ্জী(গল্প),৪)মিচিং জনগোষ্ঠী আৰু সংস্কৃতি,৫)ভাওনা আদি |