সদস্য:পৰাগ জ্যোতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পৰাগ জ্যোতি সম্পূৰ্ণ নাম পৰাগ জ্যোতি শইকীয়া। ১৯৯৪ চনত ধেমাজি জিলাৰ বৰদলনিত জন্ম। ২০১৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শইকীয়াই সাহিত্য চৰ্চাত অভিৰুচী ৰাখে।