সদস্য:শইকীয়া পলাশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দিনপঞ্জী

১৯৫১ঃ- লোকপিয়ল ভিত্তিত অসমত প্ৰথম এনআৰচি ।

১৯৮০ -১৮ জানুৱাৰীঃ- এনআৰচি উন্নীত কৰনৰ বাবে কেন্দ্ৰক আছুৰ স্মাৰক পত্ৰ প্ৰদান ।

১৯৮০ - ২ ফেব্ৰুৱাৰীঃ- ইন্দিৰা গান্ধীৰে আছুৰ পুনৰ আলোচনাত স্মাৰক পত্ৰ প্ৰদান ।

১৯৯০ - চৰকাৰক এনআৰচিৰ মডেলিটি প্ৰদান আছুৰ ।

১৯৯৯ - ১৭ নবেম্বৰঃ-আছু-কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ দিল্লীত ত্ৰিপাক্ষীক বৈঠকত এনআৰচি লৈ আলোচনা ।

১৯৯৯ঃ- এনআৰচি উন্নীতকৰনৰ বাবে কেন্দ্ৰৰ ২০ লাখ টকাৰ আবন্টন ।

২০০৫ - ৫মেঃ-আছু-কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষীক বৈঠকত এনআৰচি সন্দৰ্ভত আলোচনা ।

২০০৫ঃ- এনআৰচি সঞ্চালকালয় স্থাপন । দীপক শৰ্ম্মাক সঞ্চালক নিযুক্তি ।

২০০৯ঃ- নাগৰিকত্ববিধি ২০০৩ত ৪(ক) দফা সংযোজনেৰে ১৯৫১ ৰ এনআৰচি আৰু ১৯৭১ চনৰ ২৪ মাৰ্চ লৈকে থকা ভোটাৰ তালিকাৰ ভীত্তিত এনআৰচি উন্নীত কৰনৰ সিধান্ত ।

২০০৯ - ২৫মেঃ- অসমৰ ভোটাৰ তালিকাত ৪১ লাখ বাংলাদেশি অন্তভূক্ত থকাৰ অভিযোগ এ পি ডব্লিউ ৰ ।শুদ্ধ ভোটাৰ তালিকাৰ প্ৰস্তুতৰ দাবীত উচ্চতম ন্যায়লয়ত এ পি ডব্লিউ ৰ গোচৰ ।

২০০৯ - ৭ জুলাইঃ- এ পি ডব্লিউ ৰ গোচৰ পঞ্জীয়ন ।

২০১০ - ২২ এপ্ৰিলঃ- কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি জি কে পিল্লাই সৈতে আছু আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক ।

২০১০ঃ- ভাৰতৰ মহা পঞ্জীয়কে গ্ৰহন কৰে এনআৰচিৰ দ্বায়িত্ব ।

২০১০ - ১ জুনঃ- বৰপেটা আৰু ছয়গাঁওত এনআৰচিৰ পাইলট প্ৰজেক্ট আৰম্ভ ।

২০১০ - ২১ জুলাইঃ- বৰপেটা হিংসাত্মক ঘটনা । আমচু আৰু এআইইউডিএফ ৰ বিধায়ক আব্দুৰ ৰহিম খানৰ নেতৃত্বত একাংশ সন্দেহ জনক লোকৰ বৰপেটাৰ এনআৰচি আৰু উপাযুক্ত কাৰ্য্যালয়ত আক্ৰমন, ৩ জন নিহত । পাইলট প্ৰজেক্ট বন্ধ কৰি দিয়া হয় ।

২০১০ঃ- এনআৰচি লৈ ভূমিধৰ বৰ্মনৰ নেতৃত্বত মন্ত্ৰী গোট গঠন ।

২০১১ - ২৩ ফেব্ৰুৱাৰীঃ- এ পি ডব্লিউ ৰ গোচৰৰ শুনানী লৈ উচ্চতম ন্যায়লয় ৰায় দিবলৈ সাজু হয় ।

২০১১ঃ- উচ্চতম ন্যায়লয়ৰ প্ৰত্যক্ষ তত্বাবধানত এনআৰচি হব লাগে বুলি এ পি ডব্লিউ ৰ আবেদন ।

২০১২ঃ- ভীত্তিবৰ্ষ ১৯৭১ক প্ৰত্যাহ্বান জনাই ১৯৫১ ভীত্তিবৰ্ষৰ সপক্ষে উচ্চতম ন্যায়লয় আবেদন অসম সন্মিলিত মহাসংঘৰ ।

২০১২ - ১৬ আগষ্টঃ- কেবিনেট-উপসমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন ৰাজ্য চৰকাৰৰ কেবিনেটত বৈঠকত গৃহীত ।

………অসম্পূৰ্ন

[1]

  1. http://asomiyapratidin.in/article.php?date=01-01-2018&page=1&article=14.jpg&cid=428751#.WnXoAqDhU0M