সদস্য:সপোন ভৈৰৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
      • নিৰাশাৰ পদূলীত
        তোমাৰ সহাৰী***

নিৰাশাৰ পদূলীত ৰাগিনী মাৰিলি সচাঁ মৰমৰ টুপুলা কিয় চতিয়ালী । "প্রেম প্রবিত্র

     সত্য             আৰু

জয় মাথো সত্যই" কিন্তু ......... কিমান ________দূৰ সম্ভৱ জীৱনৰ ৰণ ক্ষন জয় হৱলৈ ? দিশর্হাৰা বোৰ লগনেৰা হল সপোনবোৰ আধৰুৱা হল ছাঁয়া হল জীৱনৰ লক্ষ্যপথ ।

নির্জানত এতিয়া অকলশৰে দুচকুৱে দুধানী ধাৰাষাৰ বৰষুণ আবেগেৰে গঢ়া মৰুভূমিত মই যেন মৰিছিকা ।

মোৰ বাবে কোনে বজাৱ শংখ ধ্বৱনি সকলো দূৰ দিগন্ত অনুৰাগী ব্যস্ততা মাথো নিজস্ব ।

আজি পুনৰ বিছাৰীছো মুক্ত কন্ঠৰে নিৰাশাৰ পদূলীত

    তোমাৰ সহাৰী

যদিওঁ

     সংকৃণ ভাষাৰে

অৱহেলিত কৰা।

       সপোন ভৈৰৱ

21-11-2017