সদস্য:ৰঞ্জন ভূঞা
অৱয়ব
মই ৰঞ্জন ভূঞা। অসমীয়া ভাষা আৰু জাতিৰ এজন সেৱক। যেতিয়াই যʼতেই যেনেকৈ পাৰো, অসম আৰু অসমীয়া ভাষাৰ বাবে কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ। সেয়ে অসমীয়া ৱিকিপিডিয়াতো ২০১৪ চনৰ পৰাই লেখা- মেলা কৰি আহিছো। ধন্যবাদ।