সমললৈ যাওক

সদস্য:103.173.238.164/পৰীক্ষাগাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অভিজিৎ পাঠক, চদ্মনাম হৃদয় বৰপূজাৰী এজন অসমীয়া কবি, সাহিত্যিক, অভিনেতা, পৰিচালক, গীতিকাৰ, সুৰকাৰ লগতে এগৰাকী উদাৰ দৰদী ব্যক্তি ৷ তেওঁ ছাত্ৰ-ছাত্ৰীক উৎসাহ তথা প্ৰেৰণা যোগাবৰ বাবে বিনামূলীয়া শিক্ষাদান, কিতাপ - পত্র বিতৰণ, বস্ত্রদান আদিৰ দৰে মহৎ কৰ্মৰ সৈতে জড়িত হৈ আছে ৷ ইয়াৰ উপৰিও 'তোমালৈ মৰমেৰে' নামৰ ৰুমালত লিখা কাব্যগুচ্ছৰ বাবে 'অসম বুক অফ ৰেকৰ্ড' তথা চেম্পিয়নছ বুক অফ ৰেকৰ্ড' - ভাৰতৰ তৰফৰ পৰা বিশ্ব ৰেকৰ্ড সন্মানেৰে সন্মানিত হৈছে ৷ তেওঁৰ এ-৪ কাগজত ভাঁজ কৰি লিখা কাব্যগুচ্ছ 'ৰ'দালি'ৰ বাবেও 'অসম বুক অফ ৰেকৰ্ডছে' বিশ্ব ৰেকৰ্ডৰ সন্মানেৰে সন্মানিত কৰিছে ৷<ref>হৃদয় বৰপূজাৰী আৰু তেওঁৰ সৃষ্টি https://www.assambookofrecords.in/article/OTQ/article.html https://www.assambookofrecords.in/article/MTA1/article.html