সদস্য:2409:4065:10B:B6C0:5076:7FF:FE03:CF7A
অৱয়ব
অসমীয়া লোকসাহিত্যৰ ( দেৱজিত মূদৈ) অসমীয়া লোকসাহিত্যৰ ভিতৰত প্ৰধানকৈ এই কেইবিধ পৰে-(১) লোকগীত,(২) ফকৰা যোজনা আৰু প্ৰৱেশ, (৩) সাধুকথা। (১) লোকগীত:-সাহিত্যৰ দূষ্টিৰে চালে লোকগীতবোৰ অধিক মূল্যৱান। লোকগীতবোৰক প্ৰধানকৈ তিনিটা। শ্ৰেণীত ভগাব পাৰি:-(১) অনুষ্ঠানমূলক যেনে :- বিহুগীত,আইনাম, বিয়ানাম ইত্যাদি; (২) আখ্যানমূলক :যাক ইংৰাজীত বেলেড বোলা হয়, যেনে- মণিকোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত ইত্যাদি। (৩) বিবিধ বিষয়ৰ :- যেনে - নিচুকণি গীত, গৰখীয়া গীত,নাও খেলোৱা গীত ইত্যাদি।