সদস্য:2409:408A:8E81:4305:0:0:BECA:E205/sandbox

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাভা লেখকলেখিকা আৰু সিহঁতৰ প্ৰকাশিত পুথি[সম্পাদনা কৰক]

অন্তৰঙ্গ শাখা সাহিত্য সভা,কৃষ্ণাই[সম্পাদনা কৰক]

  • ৰাজেন পাম- কাঢ়ানলৰ মৌ সৰাসুৰ,জানং জিনং, নদীৰ নাম দুধনৈ, ৰংগিৰ পৰশুৰাম, ৰাংচাৰি, মৰহা ফুল, কুকুৰ আৰু লাখুটি৷
  • যশোৱন্ত ৰাভা- প্ৰভাতী পক্ষীৰ গান, ৰোমাঞ্চ, কচুৰ পাতৰ উপহাৰ,পাহাৰী মৰম, অজলা ভিনদেউ, যঞ্জা আপী৷
  • প্ৰাণেশ্বৰ ৰাভা- আলামালা, জন বিশ্বাস আৰু পৰম্পৰা, গল্প অনুপান, চয়নিকাৰ উপহাৰ, ৰাভা সাধাৰণ জ্ঞানৰ হাতপুথি৷
  • গনপতি পাম- মদাৰ ফুলৰ পাহী, আঙি কাথা আঙি চায় ---
  • ৱাছিংটন হাটো- শইচ(কবিতা পুথি), বোকাৰ পদুম(কবিতা পুথি)
  • পতাপনন্দ হাটো- আবেগৰ নিজৰা(কবিতা পুথি)
  • বীৰেণ ৰাভা- এঙ্কা সুতা নগৰাং ময়, মাপিকচিনি(উপন্যাস)
  • ছোনীয়া ৰাভা- ৰ’দেপাৰা ছোৱালী জনাৰ কথাৰে,সৰাপাতৰ দস্তাবেজ, শামুকৰ খোলাতৰ সপোন সিচি৷
  • মনোমোহন ৰাভা- ৰূপালী ঢৌ, অতৃপ্ত অনুভৱ, জেঠ পূৰ্ণিমা, শাৰদী মা, বামচি খুনাং, বায়খো মেলা৷
  • প্ৰিয়নাথ ৰাভা- প্ৰকৃতি৷
  • মুকুল ৰাভা- সংস্কৃতিৰ সুবাস বিচাৰি৷
  • হৰেশ্বৰ ৰাভা- সৃষ্টি, বিধান তৰাঙ্গা, শৰৎ শেৱালী, একুৰা জুই, সোনাই পুখুৰী৷
  • কমল হালো- কৃষ্ণা চতুৰ্দশী জোন৷
  • দিলীপ কুমাৰ ৰাভা- দেউৰীপাৰা ভাৰিগান, দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা৷
  • বাণীকান্ত ৰাভা- টিকেন্দ্ৰ বাক্ ৰ জীৱনী, শালপাৰা জামাতৰ ইতিবৃত্ত(সম্পাদনা), মঞ্জুলী কাব্যৰ সংকলন(সম্পাদনা), অসমীয়া হোৱাৰ গৌৰৱ, বৰ্ণমালৰ প্’ট্ৰেষ্ট, বৰ্ণমালাৰ পদ্য, বিলীয়মান লোক কৃষ্টি আৰু পুনৰুদ্ধাৰ৷
  • নিহাৰী ৰাভা- সোনতৰা(কবিতা পুথি)৷
  • ৰাজেন্দ্ৰ নাৰায়ণ ৰংখ- ৰাভা কাথা, ভাগ ত্যাকাং(১৯৫৪/৫৫)৷
  • ৰবীন পাম- প্ৰৱন্ধাৱলী, ৰাভা ফকৰাযোজনা৷

মালাধৰা শাখা সাহিত্য সভা[সম্পাদনা কৰক]

  • লক্ষ্মীকান্ত ফেনান- শ্ৰীশ্ৰীমা বায়খো দেৱী, বায়খো লক্ষী(পাঁচালি) আৰু কাতিপূঁজাৰ ইতিবৃত্ত, কচ্ছপ-ৰাজ ভূমুকনিত বুলি সৰু পুস্তিকাও প্ৰকাশিত, বিশ্ব মানৱীয়তা দৰবাৰত জনগণৰ আৰু কিমান খোজ?, ৰজনী চন্দনা, জিনাৰিনি দুক ছাঙি ৰাম খুমাৱতি, নিৰমনি নিৰবনি, খছংবা ৰাভা ৰাজা পৰশুৰামনি ৰাছং ফাৱ৷
  • লিষ্টি ৰাভাৰংখ- চায়ছাব্ৰা আন থান, হুৰচায় হুৰচায়, উদি উদি তংকায় বায়, নীলগিৰি হাচুওদুঙে চিনানি৷
  • খগেন হাটো- হাচুইনি চুবায়(ৰাভা গীতি কবিতা)
  • নিতাই ৰাভা- ৰচক পাৰ(কবিতা), ময়ৰা বায়নি কাথা(ৰাভা উপন্যাস), 'জুজু বিদিনি কাথা'(গল্প)৷
  • প্ৰকাশ চন্দ্ৰ ৰাভা- প্ৰাচীন বায়খোদামৰ ইতিবৃত্ত, 'নিলয়ত পখী প্ৰেম', গীত মোৰ নাটকৰ(চায় আঙি পালাতিনি), পিদান গাংগে(গাংগেৰ নতুন জনম), ৰংছিৰি চাম্পায়(বীৰাঙ্গনা চাম্পায়), পাইতি(নাটক), ’মন-ময়না'(নাটক), গোলাপী(নাটক), কামিলী চাম্পা(নাটক), 'নুকবাৰে মানকায়', মমৰোঙি ময়না খুৰাং, চাক পিদান থাকছা, ফৗ ই ছিং পৰায়না, বাৱা গান্ধী আৰো ৰাভানি গানজি,জমান্তি,কৰায়ছানি-গপছানি৷
  • চাৰুমোহন ৰাভা- ৰাভা সংস্কৃতিৰ চমু পৰিচয়, ৰাভাবীৰ দ’দান আৰু মাৰুক্ষেত্ৰী, গোৱালপৰীয় সংস্কৃতিৰ ডুখৰীয়া ছবি,ছদবমালা, এইড্ চ আৰো ছিং, মেলেৰীয়া আৰো ইনি বাংকায়, পুৰিপুষ্টি, নাছিকায় মম৷
  • বিশ্বনাথ তাৰা ৰাভা- ৰাভা লোক বাদ্য, পাতি ৰাভাৰ বিয়া নাম, ৰাভা লোক বিশ্বাস, ৰাভা সাঁথৰ, ৰাভা লোক সংস্কৃতিৰ ৰূপৰেখা, ৰাভা লোক গীত সসংগ্ৰহ, ৰাভা খুৰাং, ৰাভা খুৰাং ত্ৰৌকায়, ৰং নালা৷
  • দুৰ্য্যোধন জুৰো- সপ্তক’লি, ৰাভা ৰাও ত্ৰৗঙা ফৗই, প্ৰামচিনা থেকায়, ফেন হুৰাং, জুমাং, চিমাৰী৷
  • গদাধৰ ৰাভাহাদু- অচিন বাটৰ মায়া(উপন্যাস), কৰ্মযোগী শ্ৰীহোনাৰাম ৰাভা জীৱনআলখ্য, নঙো ফেমছা মানা, চাঙি বাদাং চাং৷
  • তাৰক ৰাভাবাৰ্চুং- আঙি ৰাও আঙি কাথা৷
  • অনুপমা ৰাভা- সম্পাদনা→ চেক্লোয় পাৰ৷
  • জয় চন্দ্ৰ দাবাং- অঙি ছুম্পাৰচি৷
  • মুবিন ৰাভা- ক্ৰৌমিচি, মোৰ ছবি, মোৰ কবিতা, প্ৰাথমিক চিত্ৰ শিক্ষা, মুবীনৰ নিৰ্বাচিত কাৰ্টুন, দ্য গ্ৰেট দ’দান৷
  • উপেন ৰাভা হাকাচাম-প্ৰকাশিত পুথিবোৰ তেওঁৰ নামটোত স্পৰ্শ কৰক৷

বিভিন্ন অঞ্চলৰ[সম্পাদনা কৰক]

  • অনন্ত কুমাৰ ৰাভা- এপাহী ৰঙা মদাৰ, আইতাই পাৰ হোৱা বেংডোবাৰ ঘাট, বহুৰঙী গীতৰ আচৰ আৰু ৰাভা সকলৰ থলুৱা সাথৰ, শিল ডুবি শিল বুটলোঁ আহা, এপাহী জীয়া মদাৰা ভিন্ন গল্প, কবিতা লিখোঁ আহা, অহা বাটে ওভতি চাওঁ, বালিৰাম ৰাভাৰ বংশাৱলী, অণুগল্প পঞ্জী৷
  • নাৰোদ ৰাভা- বংশ পৰিচয়, শ্ৰীশ্ৰী হৰি মন্দিৰৰ ইতিহাস, হৰিনাম সংকীৰ্তন, ৰাভা সকলৰ জন্ম-বিবাহ-মৃত্যুৰ পৰিচালিত নীতি-নিয়ম, ঐতিহাসিক শ্ৰীশ্ৰীখেলাৰাম মন্দিৰ, দুধনৈ অঞ্চলৰ ঐতিহাসিক পটভূমিত ঠেকাশু ৰাজহ গাঁও, ৰহস্যময় মানৱ জীৱন৷
  • অনাদি কুমাৰ ৰাভা- গীতিমনি, আইৰ মৰম, ৰাভা কৃষ্টি পৰিচয়, আলিয়াই লৃগাঙৰ গাভৰুজনী, গকুল তুমিয়েই মোৰ মা, সিহঁত আকৌ আহিব নেকি? দীঘলী গাঁৱৰ শ্ৰীশ্ৰীমা ৰক্ষাকালী দেৱী মাহাত্ম্য, ৰাভা সকলৰ পৰম্পৰাগত পূঁজা-পাৰ্বন আৰু পূঁজাৰ বিধি, ব’হাগতে বিয়া(গল্প সংকলন), শ্ৰীশ্ৰী মা সন্তোষী পাচালী৷
  • ধনেশ্বৰ ৰাভা- ৰাভা হাছঙৰ চমু ইতিহাস৷
  • মাধৱ ৰাভা- পূজা পদ্ধতি,ডাইনী(একাংকিকা)৷
  • চক্ৰধৰ ৰাভা২৮০- বিপ্লৱৰ চাকনৈয়া(গল্প)৷
  • মলিনা দেৱী২৮৩- অসমীয়া আৰু ৰাভা সমাজসংস্কৃতিৰ স্বৰূপ, ৰাভা সাহিত্যৰ বুৰঞ্জী, ৰাভা জনজীৱনৰ চিন্তা বিচিত্ৰা, মৌ সৰা সুৰৰ শিল্পী ৰাজেন পাম, ককা ৰাজেন ৰাভাৰ জীৱন আৰু কৃতী, ৰাভা লোক সাহিত্যৰ ৰূপ ৰেখা৷
  • হৰিচৰণ ৰাভা২৯৬- ফুলিল মালতী জাই, নিজান বনৰ সুৰ৷
  • কুশধ্বজ ৰংখ২৯৬- চিপুৰ চিপুৰ ফাচী৷
  • হিমাৰণ ৰাভা২৯৬- চাৰ্পাক(কবিতা)৷
  • জালাম হাটো(ৰাভা)২৩০- ছিৰ্গিনি ৰাম, চুগিৰি ৰুংগিৰি, পবিত্ৰ বাইবেলৰ প্ৰশ্নোত্তৰ, দৗ গ্লাঞ্জি আদিকায় আৰো ছায়, পিদান কাথা খাকায়, ছেৱাইকাই বাৰায়কাই, খুৰাং নালা৷



তথ্য উৎস[সম্পাদনা কৰক]

[1] [2]

  1. Book:Goalpara Zila Sahitya Sabhar Itihas:A histoty of Goalpara Zila Sahitya Sabha,edited by Pankaja Das and published byJitumani Das,Secretary of Goalpara Zila Sahitya Sabha, Goalpara,Assam:First Edition:March,2023:অন্তৰঙ্গ শাখা সাহিত্য সভা,কৃষ্ণাই:page 116.
  2. গ্ৰন্থ:গোৱালপাৰা জিলা সাহিত্য সভাৰ ইতিহাস:সম্পাদক- পঙ্কজা দাস:প্ৰকাশক-জিতুমণি দাস:গোৱালপাৰা জিলা সিহিত্য সভা,গোৱালপাৰা,অসম৷ প্ৰথম প্ৰকাশ-মাৰ্চ,২০২৩:মালাধৰা শাখা সাহিত্য সভা:পৃষ্ঠা ১৪১:আহৰণ ২২/০৮/২০২৩