সদস্য:Ankan Deka/পল্টন বজাৰ
অৱয়ব
ৱিকিপিডিয়ালৈ আদৰিছোঁ। ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ চেষ্টা কৰাৰ বাবে আপোনাৰ প্ৰতি আমি চিৰকৃতজ্ঞ। আশাকৰোঁ আগলৈকো আপুনি ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকিব। আপুনি সৃষ্টি কৰা এই প্ৰবন্ধটোৱে হয়তো ৱিকিপিডিয়াৰ নীতি-নিয়ম ঠিকমতে মানি চলা নাছিল। সেয়ে এই প্ৰবন্ধটোক আপোনাৰ সদস্যপৃষ্ঠালৈ স্থানান্তৰ কৰা হ’ল। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে আৰু অধিক তথ্য থাকিব পাৰে, অনুগ্ৰহ কৰি সেয়া চাই লয় যেন। এই কামৰ বাবে আপুনি নিৰাশ নহ'ব। সদস্য পৃষ্ঠাত থাকিলেও আপুনি প্ৰবন্ধটো সম্পাদনাৰ কাম চলাই যাব পাৰে আৰু ইয়াৰ অলপ বিকাশ সাধন হোৱাৰ পাছত প্ৰবন্ধটো পুনৰ মুখ্য স্থানলৈ "স্থানান্তৰ" কৰি দিব পাৰিব। এইক্ষেত্ৰত আপুনি কিবা অসুবিধাৰ সম্মুখীন হ’লে আমি আপোনাক সহায় কৰিবলৈ সদায় প্ৰস্তুত। |
পল্টন বজাৰ (ইংৰাজী: Paltan Bazaar) অসমৰ গুৱাহাটীত অৱস্থিত এক প্ৰধান ব্যৱসায়িক অঞ্চল। দীঘলীপুখুৰী, ৰিহাবাৰী, ফাঁচী বজাৰ আদিৰ মাজভাগত এই ঠাই অৱস্থিত। এইখন গুৱাহাটীৰ প্ৰৱেশদ্বাৰ স্বৰূপ কিয়নো ৰেল ষ্টেছনৰ লগতে এ এছ টি ছি ষ্টেণ্ড, ব্যক্তিগত যান বাহন সেৱা আদি এই ঠাইতেই অৱস্থিত[1]।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Saikh Md Sabah Al-Ahmed (July 11, 2009). "Whats in a name". The Assam Tribune (Guwahati). http://www.assamtribune.com/jul1109/horizon.html। আহৰণ কৰা হৈছে: June 14, 2012.