সদস্য:Ankan Deka/পল্টন বজাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পল্টন বজাৰ (ইংৰাজী: Paltan Bazaar) অসমগুৱাহাটীত অৱস্থিত এক প্ৰধান ব্যৱসায়িক অঞ্চল। দীঘলীপুখুৰী, ৰিহাবাৰী, ফাঁচী বজাৰ আদিৰ মাজভাগত এই ঠাই অৱস্থিত। এইখন গুৱাহাটীৰ প্ৰৱেশদ্বাৰ স্বৰূপ কিয়নো ৰেল ষ্টেছনৰ লগতে এ এছ টি ছি ষ্টেণ্ড, ব্যক্তিগত যান বাহন সেৱা আদি এই ঠাইতেই অৱস্থিত[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Saikh Md Sabah Al-Ahmed (July 11, 2009). "Whats in a name". The Assam Tribune (Guwahati). http://www.assamtribune.com/jul1109/horizon.html। আহৰণ কৰা হৈছে: June 14, 2012.