সদস্য:Apurba Barman

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফকিৰাগ্ৰাম

ফকিৰাগ্ৰাম কোকৰাঝাৰ জিলাৰ অন্তৰ্গত সদ্য ঘোষিত এখন সৰু চহৰ । ইয়াৰ এটা ৰেল ষ্টেচন জংচন আছে।

ফকিৰাগ্ৰামৰ শিক্ষানুষ্ঠান সমূহ : ফকিৰাগ্ৰাম মহাবিদ্যালয় ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়


ইয়াৰ জন-গাথনি :ফকিৰাগ্ৰাম বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে ।