শুক্ৰবাৰ
22
November
19:17 UTC
সকলোৱে সম্পাদনা কৰিব পৰা মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ
DCৰ সদস্য পৃষ্ঠালৈ স্বাগতম
কিবা কিবি কথা
|
এই সদস্যজন ৱিকিপিডিয়াত ১৪ বছৰ, ১০ মাহ, আৰু ২৩ দিন ধৰি আছে।
|
|
আপোনাক কোনোধৰণৰ ৱিকিপিডিয়া সম্পৰ্কীয় সহায় প্ৰয়োজন হ’লে, মোৰ
কথা-বাৰ্তা পৃষ্ঠাৰ যোগেদি মোলৈ বাৰ্তা পঠিয়াব পাৰে, মোৰ সামৰ্থৰে আপোনাক সহায় কৰিব পাৰিলে সুখী হ’ম, বাৰ্তা লিখোতে বাৰ্তাৰ শেষত "~~~~" লিখি নিজৰ স্বাক্ষৰ দিব।
বৰ্তমান মই ঘাইকৈ তলৰ ৱিকিপ্ৰকল্প কেইটাৰ লগত জড়িত:
ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান
ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অসম
|
অক্লান্ত কৰ্মী পদক
|
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ ধন্যবাদ হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। বিষ্ণু শইকীয়া বাৰ্তা 10:35, 14 ফেব্ৰুৱাৰী 2012 (UTC)
|
|
The Working Man's Barnstar
|
বন্ধুবৰ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। প্রভাকৰ শৰ্মা নেওগ 15:00, 20 ফেব্ৰুৱাৰী 2012 (UTC)
|
|
Golden Barnstar
|
With much pleasure I award this Golden barnstar for your support in organizing the Tezpur wiki meetup for Assamese wikipedia and for all the excellent efforts you are putting in to build a strong community for Assamese wikipedia. Keep up the good work. Wish you and Assamese wiki community all the best. --Shiju Alex (WMF) 10:00, 21 ফেব্ৰুৱাৰী 2012 (UTC)
|
|
এইখন ৱিকিপিডিয়াৰ এখন সদস্য পৃষ্ঠা। এইটো বিশ্বকোষৰ প্ৰবন্ধ বা বিশ্বকোষৰ প্ৰবন্ধৰ আলোচনা পৃষ্ঠা নহয়। যদি আপুনি ৱিকিপিডিয়াৰ বাহিৰে অন্য ক'ৰবাত এই পৃষ্ঠাটো দেখা পায় তেন্তে সেইয়া ইয়াৰ এক প্ৰতিলিপিহে মাথোন। এই পৃষ্ঠাৰ ম্যাদ উকলি যাব পাৰে বাবে সতৰ্ক হওক। এই সদস্যপৃষ্ঠাটো যিজন ব্যক্তিৰ, তেওঁ ৱিকিপিডিয়াৰ বাহিৰে অন্য কোনো ৱেবছাইটৰ সৈতে ব্যক্তিগতভাৱে জড়িত নহ’বও পাৰে। |
|
|