সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্পৰ মূল লক্ষ্য হৈছে অসমীয়া ৱিকিপিডিয়াত পদাৰ্থ বিজ্ঞানৰ লগত জড়িত বিষয় সমূহৰ ওপৰত নতুন আৰু গুণগত মানসম্পন্ন প্ৰবন্ধৰ সৃষ্টি কৰা।

  1. দীপাংকৰ চেতিয়া বাৰ্তা 15:11, 7 ফেব্ৰুৱাৰী 2012 (UTC)
  2. কৌশিক দাসবাৰ্তা 19:32, 7 ফেব্ৰুৱাৰী 2012 (UTC)
  3. প্ৰণৱ জ্যোতি ভূঞা বাৰ্তা 07:43, 8 ফেব্ৰুৱাৰী 2012 (UTC)
  4. প্ৰভাকৰ শৰ্মা নেওগ 07:52, 10 ফেব্ৰুৱাৰী 2012 (UTC)
  5. বিকাশ শৰ্মা বাৰ্তা 20:15, 10 ফেব্ৰুৱাৰী 2012 (UTC)
  6. স্যামন্ত কুমাৰ গোস্বামী বাৰ্তা 01:29, 8 জুন 2012 (UTC)

কৰিবলগীয়া কাম

[সম্পাদনা কৰক]
  • প্ৰথম পৰ্যায়
    • পদাৰ্থ বিজ্ঞানৰ সৰ্বসাধাৰণে জানিবলগীয়া প্ৰবন্ধ সমূহৰ এখন তালিকা প্ৰস্তুত কৰা।
    • সেই প্ৰবন্ধ সমূহ আন ৱিকিপিডিয়া (যেনে: ইংৰাজী)ৰ পৰা অনুবাদ কৰা।
    • প্ৰতিটো প্ৰবন্ধত নিৰ্দিষ্ট বিষয়টোৰ সম্পৰ্কে এটা সম্যক ধাৰণা থকা উচিত (যেনে: মূল তত্ত্বটো বৰ্ণনা কৰা অন্ততঃ এটা পেৰেগ্ৰাফ)।

প্ৰয়োজনীয়তা

[সম্পাদনা কৰক]
  1. যাদৃচ্ছিক ভাবে নিৰ্বাচিত বিষয় যোগ কৰাৰ পৰিৱৰ্তে, নিৰ্দিষ্ট তালিকা অনুসৰি বিষয় যোগ কৰা।
    1. ই শৃংখলাবদ্ধ ভাবে অধিক প্ৰবন্ধ যোগ কৰাত সহায় কৰিব।
    2. পদাৰ্থ বিজ্ঞানৰ প্ৰবন্ধৰ নামকৰণৰ ক্ষেত্ৰত ইংৰাজী শব্দৰ সঠিক অসমীয়া প্ৰতিশব্দ নিৰ্বাচনত সহায়ক হ'ব (যিহেতু বহুতো ইংৰাজী শব্দৰ সঠিক অসমীয়া প্ৰতিশব্দ নাই বা কিছুমানৰ একাধিক আছে)।
  2. প্ৰবন্ধ সমূহ পৰ্যায় ক্ৰমে যোগ কৰাত সহায় কৰিব।
    1. যেনে প্ৰথম পৰ্যায়ত সৰ্বসাধাৰণ প্ৰবন্ধসমূহ, পাছত ক্ৰমে জটিল বিষয়ৰ প্ৰবন্ধ সমূহ যোগ কৰা হ'ব।
  3. পদাৰ্থ বিজ্ঞানৰ প্ৰবন্ধ সম্পাদনা কৰিবৰ বাবে আপুনি এই প্ৰকল্পৰ সদস্য হোৱাৰ প্ৰয়োজন নাই, কিন্তু প্ৰকল্পই আপোনাক পদাৰ্থ বিজ্ঞানৰ প্ৰবন্ধ সম্পাদনা কৰাত সহায় কৰিব।

প্ৰক্ৰিয়া

[সম্পাদনা কৰক]
  1. প্ৰতিটো পৰ্যায়ৰ বাবে এখন লক্ষ্য তালিকা কৰা হ'ব।
  2. আন ৱিকিপিডিয়াৰ পৰা অনুবাদ বা নিজাকৈ সংগৃহীত তথ্য উত্‍সৰ পৰা লক্ষ্য তালিকাৰ প্ৰবন্ধসমূহ নতুনকৈ যোগ কৰা হ'ব।
    1. প্ৰতিটো প্ৰবন্ধত নিৰ্দিষ্ট বিষয়টোৰ সম্পৰ্কে এটা সম্যক ধাৰণা থকাৰ ওপৰত গুৰুত্ব দিয়া হ'ব (যেনে: মূল তত্ত্বটো বৰ্ণনা কৰা অন্ততঃ এটা পেৰেগ্ৰাফ যোগ কৰা হ'ব)।
    2. মূল প্ৰবন্ধৰ সৈতে সকলোবোৰ সম্ভাব্য প্ৰতিশব্দৰ প্ৰবন্ধৰ পুনৰনিৰ্দেশিত পৃষ্ঠা যোগ কৰা হ'ব।
    3. সম্ভব হ'লে ইংৰাজী প্ৰতিশব্দৰ পুনঃনিৰ্দেশিত পৃষ্ঠা যোগ কৰা হ'ব, ই প্ৰবন্ধ অনুসন্ধানত সহায় কৰিব, লগতে পদাৰ্থবিদ্যাৰ জটিল শব্দৰ অসমীয়া প্ৰতিশব্দৰ পৰা হ'ব পৰা বিভ্ৰাত দূৰ কৰিব।
  3. লক্ষ্য তালিকাৰ কোনো প্ৰবন্ধ যদি আগৰে পৰা অসমীয়া ৱিকিপিডিয়াত আছে আৰু ই পোখালি অৱস্থাত আছে তেন্তে ইয়াৰ বিস্তাৰ কৰা হ'ব।


প্ৰবন্ধসমূহ (লক্ষ্য তালিকা - ১)

[সম্পাদনা কৰক]

তালিকা-(ক)বিশেষ প্ৰবন্ধ

[সম্পাদনা কৰক]
ক্ৰমিক নংঅসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধপোখালিপ্ৰথম পৰ্যায়দ্বিতীয় পৰ্যায়সম্পূৰ্ণFeatured প্ৰবন্ধ
পদাৰ্থ বিজ্ঞানPhysics ' '
পদাৰ্থ বিজ্ঞানৰ ইতিহাসHistory of physics ' '

তালিকা-(খ)

[সম্পাদনা কৰক]
ক্ৰমিক নংঅসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধপোখালিপ্ৰথম পৰ্যায়দ্বিতীয় পৰ্যায়সম্পূৰ্ণFeatured প্ৰবন্ধ
ত্বৰণAcceleration ' ' ' '
পৰমাণুAtom '
শক্তিEnergy
৩.১শক্তিৰ সংৰক্ষণশীলতাConservation of energy
বিদ্যুৎ চুম্বকীয় বিকিৰণElectromagnetic radiation '
৪.১অৱলোহিত ৰশ্মিInfrared
৪.২অতিবেঙুণী ৰশ্মিUltraviolet '
৪.৩পোহৰLight ' '
৪.৩.১ৰংColor
ধ্ৰুপদী বলবিজ্ঞানClassical mechanics '
বলForce '
৬.১বিদ্যুত চুম্বকত্বElectromagnetism
৬.১.১চুম্বক ক্ষেত্ৰMagnetic field
৬.২মহাকৰ্ষণGravitation '
৬.৩Strong interaction
৬.৪Weak interaction
চুম্বকMagnet
ভৰMass ' '
ধাতুMetal
৯.১তীখাSteel
১০নিউক্লীয় বিভংগনNuclear fission
১১পদাৰ্থৰ অৱস্থাState of matter
১১.১গেছীয় পদাৰ্থGas
১১.২জুলীয়া পদাৰ্থLiquid '
১১.৩প্লাজমাPlasma
১১.৪কঠিন পদাৰ্থSolid
১২কোৱাণ্টাম বলবিজ্ঞানQuantum mechanics '
১৩তেজষ্ক্ৰীয় বিকিৰণRadioactive decay
১৪সাধাৰণ আপেক্ষিকতাবাদGeneral relativity
১৫বিশেষ আপেক্ষিকতাবাদSpecial relativity '
১৬অৰ্ধপৰিবাহীSemiconductor '
১৭শব্দSound '
১৮বেগVelocity ' ' ' '
১৮.১পোহৰৰ বেগSpeed of light ' '
১৯ঊষ্ণতাTemperature
২০সময়Time ' '
২১তাপগতি বিজ্ঞানThermodynamics '
২২ভেকুৱামVacuum
২৩কোৱাণ্টাম ডট্‌Quantum dot ' ' '
২৪আলোক বিদ্যুৎ পৰিঘটনাPhotoelectric effect ' '