শ্ৰেণী:পদাৰ্থ বিজ্ঞান
![]() |
এই শ্ৰেণীত থকা প্ৰবন্ধসমূহ উপযুক্ত উপ-শ্ৰেণীলৈ নিয়াতো উচিত এই শ্ৰেণীতো অতি ডাঙৰ হৈ নাযাবলৈ, ইয়াৰ নিয়মিত চোৱাচিতাৰ প্ৰয়োজন। এই পৃষ্ঠাত মূলতঃ উপ-শ্ৰেণী সমূহ থকা উচিত। |
![]() |
ৱিকিমিডিয়া কমন্সত পদাৰ্থ বিজ্ঞান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
পদাৰ্থ বিজ্ঞান হৈছে ভৌতিক বিজ্ঞানৰ এটা ভাগ য’ত পদাৰ্থ আৰু স্থান-কালৰ মাজেৰে এইবোৰৰৰ গতি, লগতে অন্যান্য সংযুক্ত ধাৰণাসমূহ; যেনে শক্তি আৰু বল-ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰা হয়। সামগ্ৰিকভাৱে পদাৰ্থ বিজ্ঞান হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আচৰণ আৰু প্ৰক্ৰিয়াসমূহ বুজিবৰ বাবে প্ৰকৃতি আৰু প্ৰাকৃতিক পৰিঘটনাসমূহৰ সাধাৰণ বিশ্লেষণ।
পদাৰ্থ বিজ্ঞান হৈছে শিক্ষাৰ প্ৰাচীন ভাগ সমূহৰ এটা, আমি যদি জ্যোতি পদাৰ্থবিজ্ঞানক ধৰো তেতিয়া আমি পদাৰ্থ বিজ্ঞানক প্ৰাচীনতম শৈক্ষিক ভাগ বুলিব পাৰো। শেষৰ দুটা সহস্ৰাব্দলৈ চালে আমি দেখিম যে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান, গণিতৰ কিছুমান ভাগ আৰু জীৱ বিজ্ঞানৰ সৈতে প্ৰাকৃতিক দৰ্শনৰ ভাগ হিচাপে স্বীকৃত হৈ আহিছে।
উপশ্ৰেণীসমূহ
এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 30টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত 30 টা উপশ্ৰেণী আছে।
অ
আ
ই
ক
ঘ
চ
জ
ড
ত
ন
প
ব
ভ
ম
শ
স
"পদাৰ্থ বিজ্ঞান" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ
মুঠ 26 টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 26 টা পৃষ্ঠা আছে।
প
শ
"পদাৰ্থ বিজ্ঞান" শ্ৰেণীৰ মিডিয়া
এই শ্ৰেণীটোত কেৱল তলত দিয়া ফাইলটোহে আছে। মুঠ 2টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 2 টা ফাইল আছে।
- Exciton energy.jpg 500 × 255; 48 KB
- আলোক-বিদ্যুৎ.jpg 515 × 353; 34 KB